ETV Bharat / state

ত্ৰিপুৰাত ধৰ্মান্তকৰণঃ ইছলাম ধৰ্ম পৰা হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত পাঁচ গৰাকী - A family who had converted from Islam to Hinduism

ত্ৰিপুৰাৰ চূড়াইবাৰী প্ৰকাশ্য ধৰ্মান্তকৰণ । শুকুৰবাৰে একেটা পৰিয়ালৰ পাঁচ গৰাকী সদস্যই ইছলাম ধৰ্ম পৰা ধৰ্মান্তৰিত হিন্দু ধৰ্মলৈ ৷

ত্ৰিপুৰাত ধৰ্মান্তকৰণ
ত্ৰিপুৰাত ধৰ্মান্তকৰণ, ইছলাম ধৰ্ম পৰা হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত পাঁচ গৰাকী
author img

By

Published : Mar 13, 2020, 9:23 PM IST

কৰিমগঞ্জ, 13 মাৰ্চঃ ইছলাম ধৰ্মৰ পৰা হিন্দু ধৰ্ম লৈ ধৰ্মান্তৰিত একেটা পৰিয়ালৰ পাঁচ জনকৈ সদস্য ৷ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ চূড়াইবাৰী এলেকাত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য অঞ্চলজুৰি ৷

ত্ৰিপুৰাত ধৰ্মান্তকৰণ
ত্ৰিপুৰাত ধৰ্মান্তকৰণ, ইছলাম ধৰ্ম পৰা হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত পাঁচ গৰাকী

উল্লখ্য যে, বিশ্ব হিন্দু পৰিষদ, বজৰঙকে বিভিন্ন হিন্দুত্ববাদী সংগঠনৰ অনুপ্ৰেৰনাত ইকবাল হুছেইন ওৰফে মৃণাল কান্তি চৌধুৰী তেওঁৰ পত্নীৰ লগতে পৰিয়ালৰ আটাইকেইজন সদস্য বৌদ্ধিক মন্ত্ৰ উচ্চাৰণৰ মাধ্যমৰেৰে হিন্দু ধৰ্ম লৈ উভতি আহে ৷ আজিৰ পৰা 11 বছৰ পূৰ্বে হিন্দু ধর্ম ত্যাগ কৰি ইছলাম ধৰ্মাৱলম্বী এগৰাকী যুৱতীৰ সৈতে বিয়া পাতি ইছলাম ধৰ্ম লৈ ধৰ্মান্তৰিত হৈছিল ৷ কিন্তু বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ প্ৰচেষ্টাত নিজ ধৰ্ম লৈ উভতি অহাৰ লগতে তেওঁৰ পত্নী সায়না বেগম চৌধুৰী হিন্দু ধৰ্ম গ্ৰহণ কৰে । হিন্দু ধৰ্ম গ্ৰহণ কৰা বাবেই সায়না বেগম চৌধৰীৰ নাম মৃণালীনী চৌধুৰীলৈ ৰূপান্তৰ কৰে ৷

আনহাতে, আজিৰ পৰা এক নতুন জীৱন লাভ কৰি নিজকে সুখী বুলি অনুভৱ কৰে দুয়োগৰাকী ব্যক্তিয়ে ৷

আৰু পঢ়কঃ নাগপুৰত কৰ’ণা ভাইৰাচত পুনৰ আক্ৰান্ত দুজনকৈ ব্যক্তিঃ আক্ৰান্তৰ সংখ্যা 16 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.