ETV Bharat / state

কৰিমগঞ্জত বজ্ৰ পৰি পাঁচজন নিহত - 5 died in thunder-lighting in Karimganj

কৰিমগঞ্জ জিলাত বজ্ৰপাত পৰি একেটা পৰিয়ালৰে পাঁচজন লোক নিহত হয় ৷ নিহতসকলৰ ভিতৰত চাৰিগৰাকী শিশু আছে ৷

কৰিমগঞ্জত বজ্ৰ পৰি পাঁচজন নিহত
কৰিমগঞ্জত বজ্ৰ পৰি পাঁচজন নিহত
author img

By

Published : Jun 12, 2020, 10:33 PM IST

কৰিমগঞ্জ, 12 জুন : কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ অঞ্চলৰ ইছাখাউৰি গাঁৱত সংঘটিত হৈছে ভয়ংকৰ অঘটন । বজ্ৰপাত পৰাৰ ফলত গাঁৱখনত মৃত্যুমুখত পৰিছে ৫ জনকৈ লোক ৷ নিহতসকলৰ মাজত 4 গৰাকী শিশু আছে বুলি জানিব পৰা গৈছে ৷ নিহত শিশুসকলৰ বয়স 9পৰা 12বছৰ বয়সৰ ভিতৰত ৷ লগতে আন এজন 25 বছৰীয়া লোক নিহত হৈছে ।

কৰিমগঞ্জত বজ্ৰ পৰি পাঁচজন নিহত

আনহাতে গুৰুতৰভাৱে আহত আন দুজনক শিলচৰ মেডিকেল কলেজলৈ পঠিওৱা হৈছে । নিহত সকল ক্ৰমে ইছলাম উদ্দিন(25), আনোৱাৰ হুছেইন(12), দিলৱাৰ হুছেইন(10), শ্বৰিফ উদ্দিন(12) আৰু আবিদা বেগম(9) বুলি চিনাক্ত কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়কঃ ৰাজ্যত 24 ঘন্টাৰ ভিতৰত ভূমিস্খলনত প্ৰাণ হেৰুৱালে 20 জনে, মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.