ETV Bharat / state

কাৰ্বি আংলঙৰ লাংভুকু জলপ্ৰপাতত নিৰুদ্দেশ যুৱক

author img

By

Published : Oct 9, 2022, 10:10 PM IST

কাৰ্বি আংলঙৰ লাংভুকু জলপ্ৰপাতত এজন যুৱক নিৰুদ্দেশ (Youth drown at Langvoku waterfall) ৷ ছেলফি উঠিবলৈ গৈ জলপ্ৰপাতত পিচলি পৰে যুৱকজন ৷ তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছে যুৱকজন ৷

youth-drown-at-langvoku-waterfall-in-karbi-anglong
কাৰ্বি আংলঙৰ লাংভুকু জলপ্ৰপাতত এগৰাকী যুৱক নিৰুদ্দেশ

ডিফু, 9 অক্টোবৰ: কাৰ্বি আংলঙৰ লাংভুকু জলপ্ৰপাতত এজন যুৱক নিৰুদ্দেশ (Youth drown at Langvoku waterfall) ৷ ছেলফি উঠিবলৈ গৈ জলপ্ৰপাতত পিচলি পৰে যুৱকজন ৷ তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছে যুৱকজন ৷

যুৱকজন ডিমাপুৰৰ সুৰেশ চাকমা (23) বুলি জানিব পৰা গৈছে ৷ ঘটনা অনুসৰি অৰুণ বিকাশ চাকমাৰ পুত্ৰ সুৰেশ চাকমা আন তিনিগৰাকী বন্ধু আৰু দুই বান্ধৱীসহ স্নাতক পৰীক্ষা শেষ কৰিয়ে শনিবাৰে ফুৰিবলৈ ডিমাপুৰৰ পৰা আহিছিল লাংভুকু জলপ্ৰপাতলৈ (Langvoku waterfall in Karbi Anglong) ৷

ইয়াৰ পিছতে পৰিয়ালৰ লোকে এই ঘটনাৰ খবৰ পাই যুৱকজনৰ সন্ধান আৰম্ভ কৰে যদিও দেওবাৰলৈ একো সন্ধান নোপোৱাত মানজা আৰক্ষী থানাত নিৰুদ্দেশ বুলি জনায় ৷

লগতে পঢ়ক: ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি দুৰ্বৃত্তই লুটিলে প্ৰায় ৬০-৭০ হাজাৰ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.