ETV Bharat / state

Pistol recovered in Karbi Anglong: কাৰ্বি আংলঙত অবৈধ মাৰণাস্ত্ৰসহ আটক দুজন

author img

By

Published : Dec 15, 2022, 11:04 AM IST

কাৰ্বি আংলং আৰক্ষীৰ সাফল্য (Pistol recovered in Karbi Anglong) ৷ বৃহস্পতিবাৰে পুৱতি নিশা ডকমকা এলেকাত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে চলে এক অভিযান ৷ অভিযানকালত পইন্ট 32 পিষ্টল উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

Weapons recovered in Dokmoka Karbi Anglong
কাৰ্বি আংলঙত অবৈধ মাৰণাস্ত্ৰসহ আটক দুজন
  • কাৰ্বি আংলং আৰক্ষীৰ অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান
  • বৃহস্পতিবাৰে পুৱতি নিশা ডকমকা এলেকাত চলে এক অভিযান
  • অভিযানকালত এটা পইন্ট 32 পিষ্টল উদ্ধাৰ কৰে আৰক্ষীয়ে
  • এই ঘটনাৰ লগতে জড়িত মেনসিং ক্ৰৰ পুত্ৰ মিন্দৰ ক্ৰৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে
  • লগতে গ্ৰেপ্তাৰ হৈছে মিন্দৰ ক্ৰৰৰ সহযোগী সঞ্জো তাৰ'
  • জিলাখনৰ উপ আৰক্ষী অধীক্ষক আৰু হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান
  • বুধবাৰে ডিফুৰ সমীপৰ ডিলাজীৰ পৰা প্ৰথমে এটা পইন্ট 32 পিষ্টলৰ উদ্ধাৰ হৈছিল
  • তাৰ পিছতে আজি পুনৰ পিষ্টল উদ্ধাৰৰ ঘটনাই লাভ কৰিছে বিশেষ চৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.