ETV Bharat / state

Demand for Greenfield airport : জ্যোতিৰাদিত্য সিন্দিয়াক সাক্ষাৎ তুলিৰাম ৰংহাঙৰ

author img

By

Published : Jul 26, 2022, 9:27 PM IST

কাৰ্বি আংলঙত গ্ৰীণফিল্ড এয়াৰপ’ৰ্ট নিৰ্মাণৰ দাবীত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্দিয়াক সাক্ষাৎ (Tuliram Ranghang met Jyotiraditya Sindia) ।

Tuliram
Tuliram

ডিফু, ২৬ জুলাই : কাৰ্বি আংলঙত গ্ৰীণফিল্ড এয়াৰপোৰ্ট নিৰ্মাণৰ দাবীত (Demand for Greenfield airport in Karbi Anglong) কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙে (Karbi Anglong Autonomous Council CEO Tuliram Ranghang) অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্দিয়াক সাক্ষাৎ কৰে (Tuliram Ranghang met Jyotiraditya Sindia) ।

মঙলবাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙৰ নেতৃত্বত এক সঁজাতি দলে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্দিয়াক সাক্ষাৎ কৰে ৷ সাক্ষাৎকালত সঁজাতি দলটোৱে মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি ২০২১ চনত স্বাক্ষৰিত হোৱা এম অ' এছ চুক্তি অনুসৰি কাৰ্বি আংলঙত গ্ৰীণফিল্ড এয়াৰপ’ৰ্ট নিৰ্মাণৰ উদ্যোগ ল'বলৈ অনুৰোধ জনায় ৷

সঁজাতি দলটোত আছিল ক্ৰমে সাংসদ হৰেণছিং বে', কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য লুণছিং টেৰণ, এমএচি অভিজিত ক্ৰ'কে ধৰি অনান্য গণ্য-মান্য ব্যক্তিসকল ৷

লগতে পঢ়ক :Kargil Vijay Diwas 2022: কাৰ্গিলৰ চাক্ষুস অভিজ্ঞতা সুঁৱৰি আৱেগিক হৈ পৰিল শোভন চন্দ্ৰ কাকতি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.