ETV Bharat / state

বৈঠালাংছত গভাইত চোৰ আটক - বৈঠালাংছ

বিগত বহু দিন ধৰি কামপুৰ,বৈঠালাংছ,লংকা,নগাঁও আদিৰ বিভিন্ন লোকৰ ঘৰ আৰু দোকান সমূহত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ধৃত গোবিন্দ নামৰ চোৰটোৱে ৷

বৈঠালাংছত গভাইত চোৰ আটক
author img

By

Published : Sep 16, 2019, 12:58 AM IST

Updated : Sep 16, 2019, 7:40 AM IST

কাৰ্বি আংলং,16 চেপ্তেম্বৰঃ চোৰৰ বিৰুদ্ধে পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ অভিযান ৷ অভিযানত কামপুৰ ৰেল'ৱে ষ্টেচনৰ পৰা আটক এটা গভাইত চোৰ ৷ আটক কৰা চোৰটোৰ নাম গোবিন্দ ৷ বিগত বহু দিন ধৰি কামপুৰ,বৈঠালাংছ,লংকা নগাঁও আদিৰ বিভিন্ন লোকৰ ঘৰ আৰু দোকান সমূহত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল গোবিন্দই ৷ দেওবাৰে শতবৰ্ষ গৰকা 'বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰৰ পৰা মন্দিৰৰ দান পাত্ৰ ভাঙি নগদ ধনসহ এটা পিতলৰ ৰাধা কৃষ্ণ মূৰ্তি,কেইবাবিধো মুল্যৱান সামগ্ৰী লৈ গৈছিল চোৰে ৷

বৈঠালাংছত গভাইত চোৰ আটক

আটক কৰা গোবিন্দৰ পৰা আৰক্ষীয়ে এটা লেপটপ,মোবাইল,সোণৰ চেইন,টকা আদিৰ উপৰিও মন্দিৰৰ বহু সামগ্ৰী উদ্ধাৰ কৰে ৷ সম্প্ৰতি বৈঠালাংছ আৰক্ষীয়ে গোবিন্দক জেৰা অব্যাহত ৰাখিছে ৷

Intro:Body:SLUG: BAITHALANGSO THIEF ARREST

ANCHOR :পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ অভিযান৷ অভিযানত কামপুৰ ৰেল'ৱে ষ্টেচনৰ পৰা গভাইত চোৰ গেপ্তাৰ ৷বিগত বহু দিন ধৰি কামপুৰ,বৈঠালাংছ,লংকা নগাঁও আদিৰ বিভিন্ন লোকৰ ঘৰ আৰু দোকান সমূহত চোৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল৷ যোৱা দেওবাৰে শতবৰ্ষ গৰকা 'বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰৰ পৰা মন্দিৰ দান পাত্ৰ ভাঙি নগদ ধন সহ এটা পিতলৰ ৰাধা কৃষ্ণ মূৰ্তি,কেইবাবিধ মুল্যবান সামগ্ৰী লৈ গৈছিল চোৰটোৱে৷সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই পুৱা গোবিন্দ নাথ নামৰ গভাইত চোৰটোক কামপুৰ ৰেল'ৱে ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে গোবিন্দৰ পৰা আৰক্ষীয়ে লেপ’টপ, মবাইল, সোণৰ চেইন, টকা আদিৰ উপৰিও মন্দিৰৰ বহু সামগ্ৰী উদ্ধাৰ কৰে ৷ সম্প্ৰতি বৈঠালংছ আৰক্ষীয়ে গোবিন্দক মাৰাথন জেৰা অব্যহত ৰাখিছে ৷

Byte: বৈঠালাংছ’ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া৷Conclusion:
Last Updated : Sep 16, 2019, 7:40 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.