বৈঠালাংছ, 8 চেপ্তেম্বৰঃ বৈঠালাংছত শতবৰ্ষ গৰকা বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰত নিশা চুৰৰ তাণ্ডব । দান পাত্ৰ ভাঙি চোৰে লুটি নিলে নগদ ধন ৷ ইয়াৰ লগতে চোৰে এটা পিতলৰ ৰাধা কৃষ্ণ মূৰ্তি আৰু কেইবাবিধ মুল্যবান কাপোৰ লৈ যায় ৷ ট্ৰাংকৰ তলা ভাঙি লণ্ড-ভণ্ড কৰি থৈ যায় বিভিন্ন আচবাব । সোমা ষ্টুডিঅ’ নামৰ এখন দোকানতো তলা ভাঙি থৈ যায় চোৰে । তলা ভঙাৰ উপৰিও চুৰে দোকানৰ সন্মুখত এৰি থৈ যায় এখন দা ।
বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰত নিশা চুৰ - বৈঠালাংছ
শতবৰ্ষগৰকা বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰত নিশা চুৰৰ তাণ্ডৱ ৷

বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰত নিশা চুৰ
বৈঠালাংছ, 8 চেপ্তেম্বৰঃ বৈঠালাংছত শতবৰ্ষ গৰকা বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰত নিশা চুৰৰ তাণ্ডব । দান পাত্ৰ ভাঙি চোৰে লুটি নিলে নগদ ধন ৷ ইয়াৰ লগতে চোৰে এটা পিতলৰ ৰাধা কৃষ্ণ মূৰ্তি আৰু কেইবাবিধ মুল্যবান কাপোৰ লৈ যায় ৷ ট্ৰাংকৰ তলা ভাঙি লণ্ড-ভণ্ড কৰি থৈ যায় বিভিন্ন আচবাব । সোমা ষ্টুডিঅ’ নামৰ এখন দোকানতো তলা ভাঙি থৈ যায় চোৰে । তলা ভঙাৰ উপৰিও চুৰে দোকানৰ সন্মুখত এৰি থৈ যায় এখন দা ।
বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰত নিশা চুৰ
বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰত নিশা চুৰ
Intro:Body:👉বৈঠালাংছ'ত শতবৰ্ষ গৰকা 'বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰ'ত নিশা চুৰৰ তান্ডব।
👉দান পাত্ৰ ভাঙি লুটি নিলে কেইবা সহস্ৰাধিক নগদ ধন,
এটা পিতলৰ ৰাধা কৃষ্ণ মূৰ্তি,কেইবাবিধ মুল্যবান কাপোৰ।
ট্ৰাংকৰ তলা ভাঙি লন্ড ভন্ড কৰি থৈ গ'ল বিভিন্ন আঁচ বাব।
সোমা স্টুডিয় নামৰ এখন দোকানতো তলা ভাঙি থৈ গ'ল চুৰে।
দোকানৰ সন্মুখত এৰি থৈ গ'ল এখন দা।Conclusion: