ETV Bharat / state

খেৰণিত ভয়ংকৰ পথ দুৰ্ঘটনা - পথ দূৰ্ঘটনা

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সোমবাৰে নিশা ট্ৰাক-মটৰ চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় কানহায়ালাল চৌহান নামৰ ব্যক্তিগৰাকী আৰু গুৰুতৰভাৱে আহত হয় ব্যক্তিগৰাকীৰ পত্নী-পুত্ৰ ৷

খেৰণিত ভয়ংকৰ পথ দুৰ্ঘটনা
খেৰণিত ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : Apr 13, 2021, 6:07 PM IST

ডিফু,13 এপ্ৰিল: পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সোমবাৰে নিশা ট্ৰাক-মটৰ চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এক পথ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় কানহায়ালাল চৌহান নামৰ ব্যক্তিগৰাকী ৷ লগতে গুৰুতৰভাৱে আহত হয় ব্যক্তিগৰাকীৰ পত্নী-পুত্ৰ ৷

খেৰণিত ভয়ংকৰ পথ দূৰ্ঘটনা
খেৰণিত ভয়ংকৰ পথ দুৰ্ঘটনা

প্ৰাপ্ত তথ্য অনুসৰি, লংকা-শ্বিলং ৰোড সংযোগী পথত এ এছ ০১ ইচি ১০৩২ নম্বৰৰ এখন দহচকীয়া ট্ৰাকৰ খুন্দাত থিতাতে নিহত এছ ৩১ এ ০২৮১ নম্বৰৰ মটৰ চাইকেল আৰোহীজন ৷ ইফালে গুৰুতৰভাৱে আহত হয় মটৰ চাইকেল আৰোহী জনৰ পত্নী-পুত্ৰ ৷ নিশাই আহত লোককেইজনক খেৰণি আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । স্থানীয় আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক: গুৱাহাটীত ক'ৰণাত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.