ETV Bharat / state

চাকৰি নিয়মীয়াকৰণৰ দাবীত শক্তি খণ্ডৰ কৰ্মীৰ প্ৰতিবাদ - ধৰ্ণা

ডিফুস্থিত অসম শক্তি বিতৰণ কেন্দ্ৰ পৰিসীমিত উপসংমণ্ডল বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে অসম শক্তি খণ্ডৰ অস্থায়ী কৰ্মীসকলে ৷ চাকৰি নিয়মীয়াকৰণৰ দাবীত এনেদৰে পুৱা 9 বজাৰ পৰা এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

চাকৰি নিয়মীয়াকৰণৰ দাবীত ধৰ্ণা শক্তি খণ্ডৰ কৰ্মীৰ
author img

By

Published : Aug 6, 2019, 7:03 PM IST

ডিফু, 6 আগষ্ট : অসম শক্তি খণ্ডৰ (এপিডিচিএল/এপিজিচিএল আৰু এইজিচিএল) অস্থায়ী কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰীডাৰ সন্থাৰ ডিফু আঞ্চলিক সমিতিয়ে মঙলবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পুৱা 9 বজাৰ পৰা 5 বজালৈ ডিফুস্থিত অসম শক্তি বিতৰণ কেন্দ্ৰ পৰিসীমিত উপসংমণ্ডল বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদকাৰী সকলে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

চাকৰি নিয়মীয়াকৰণৰ দাবীত ধৰ্ণা শক্তি খণ্ডৰ কৰ্মীৰ

শীঘ্ৰে চাকৰি নিয়মীয়াকৰণ কৰাৰ আহ্বান প্ৰতিবাদকাৰী সকলৰ ৷ অন্যথা এই দাবী মানি নল'লে সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰীডাৰ সন্থাই 9 আগষ্টত বিজুলী ভৱন ঘেৰাও কৰিব বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ পাছতো কোনো ফলাফল নাপালে সন্থাই জংগী আন্দোলন আৰম্ভ কৰিব বুলিও হুংকাৰ দিয়ে ৷

Intro: চাকৰি নিয়মীয়া কৰণৰ দাবীত শক্তি খণ্ডৰ বিল ক্লাৰ্ক ৰীডাৰ কৰ্মী সন্থাৰ অস্থায়ী ধৰ্ণা কাৰ্যসূচী ৷

ডিফু, ৬ আগষ্ট:- অসম শক্তি খণ্ডৰ (এপিডিচিএল/ এপিজিচিএল/ আৰু এইজিচিএল) অস্থায়ী কৰ্মীৰ চাকৰি নিয়মীয়া কৰণৰ বাবে আজি সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি ডিফুতো পুৱা ৯ বজাৰ পৰা ৫ বজালৈ অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰীডাৰ সন্থাৰ ডিফু আঞ্চলিকে ৷ ডিফু স্থিত অসম শক্তি বিতৰণ কেন্দ্ৰ পৰিসীমিত উপসংমণ্ডল বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদকাৰী সকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ধৰ্ণাত অংশ গ্ৰহণ কৰা প্ৰতিবাদকাৰী সকলে সাংবাদিকৰ আগত ক্ষোভ উজাৰি কয়যে, মিটাৰ ৰীডাৰ সকলে ৰ'দে- বৰষুণে বহু ত্যাগ, কষ্ট স্বীকাৰ কৰি বিদ্যুতৰ মিটাৰ ৰীডিং সংগ্ৰহ কৰি কাৰ্যালয়ত যোগান ধৰে ৷ আনহাতে মীটাৰৰ ৰীডিং আনিবলৈ যাওঁতে বিলৰ হাৰ হ্ৰাস আৰু বৃদ্ধিক লৈও গ্ৰাহকৰ ককৰ্থনাৰ মুখামুখি হ'ব লগীয়া হয় কৰ্মী সকল ৷ সেয়ে চৰকাৰে প্ৰতিবাদকাৰী সকলৰ দাবী ৰক্ষা কৰি ২৮ এপ্ৰিলত দিয়া সাক্ষাৎকাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰি শীঘ্ৰে চাকৰি নিয়মীয়া কৰাৰ বাবে আহ্বান জনায় ৷ দাবী মানি নললে সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰীডাৰ সন্থাই ৯ আগষ্টত বিজুলি ভৱন ঘেৰাও কৰিব বুলি জনায়, ইয়াতো বিফল হ'লে সন্থাই জংঘী আন্দলোন আৰম্ভ কৰিব বুলিও হুংকাৰ দিছে

ছাইদুল ইছলাম,ডিফু ৷Body:******************Conclusion:********************
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.