ETV Bharat / state

ডিফুত বিজেপিৰ Peace and Development শীৰ্ষক ৰাজনৈতিক সমাৱেশ

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত সমষ্টিয়ে সমষ্টিয়ে Peace and Development নামেৰে ৰাজনৈতিক সমাৱেশ আৰম্ভ কৰিছে বিজেপিয়ে ৷ শুকুৰবাৰে ডিফুত পৰিষদৰ লুম্বাজং, ধনশিৰি আৰু সিংহাসন সমষ্টিক সাঙুৰি ৰাজনৈতিক সমাৱেশ বিজেপিৰ বিষয়ববীয়া সকলে ৷

Peace and Development meeting of bjp
ডিফুত বিজেপিৰ Peace and Development শীৰ্ষক ৰাজনৈতিক সমাৱেশ
author img

By

Published : Sep 10, 2021, 10:10 PM IST

ডিফু, ১০ ছেপ্টেম্বৰ : কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ শাসক দল বিজেপিয়ে পৰিষদৰ সমষ্টিয়ে সমষ্টিয়ে Peace and Development নামেৰে ৰাজনৈতিক সমাৱেশ আৰম্ভ কৰিছে ৷ শুকুৰবাৰে ডিফুত পৰিষদৰ লুম্বাজং, ধনশিৰি আৰু সিংহাসন সমষ্টিক সাঙুৰি ৰাজনৈতিক সমাৱেশ বিজেপিৰ বিষয়ববীয়া সকলে ৷

Peace and Development meeting of bjp
ডিফুত বিজেপিৰ Peace and Development শীৰ্ষক ৰাজনৈতিক সমাৱেশ

এই সভাৰ জৰিয়তে পৰিষদৰ উন্নয়নমূলক কাম-কাজৰ উপৰি ৪ ছেপ্টেম্বৰত সম্পন্ন হোৱা শান্তি চুক্তিৰ জৰিয়তে পাৰ্বত্য ভূমিত হ'বলগীয়া উন্নয়নৰ কথা সমষ্টিবাসী ৰাইজক অৱগত কৰা হয় । পূৱ কাৰ্বি আংলং বিজেপিৰ সভাপতি ধনছিং টেৰনৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা কংগ্ৰেছৰ প্ৰায় শতাধিক নেতা-কৰ্মীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

লগতে পঢ়ক: পৰিমিতা দাসৰ ঘৰত উপস্থিত সৰ্বানন্দ সোণোৱাল

সভাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে'কে আদি কৰি কেইবাজনো বক্তাই ভাষণ দিয়ে ৷ সভাত হৰেণছিং বে'য়ে কয়, কাৰ্বি চুক্তি বিৰোধিতা কৰা সকলে কাৰ্বি ভূমি উন্নয়নৰ বিৰোধিতা কৰিব বিচাৰিছে ৷ একাংশ যুৱক-যুৱতীক বিভিন্ন কথা চুক্তিৰ বিৰোধীসকলে বিপথে পৰিচালিত কৰিছে বুলি অভিযোগ কৰে সাংসদ হৰেণছিং বে'ই ৷

লগতে পঢ়ক: অসম চুক্তি আৰু APSC কেলেংকাৰীৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ বিপ্লৱ কুমাৰ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.