বকলীয়াঘাট, 27 চেপ্তেম্বৰঃ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ চাৰিগৰাকী মনোনীত সদস্যই শুকুৰবাৰে শপত গ্ৰহণ কৰে । ডিফুৰ আৰবৰেটাম কাম ক্ৰাফট চেন্টাৰত দিনৰ 11 বজাত অনুষ্ঠিত হোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত জিলা উপায়ুক্তই চাৰিওগৰাকী সদস্য ক্ৰমে সীমা ৰংহাংপী, অজিত কুমাৰ দে’, হাপুৰাম কিস্কু আৰু চন্দ্ৰ বাহাদুৰ ছেত্ৰীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায় । শপত গ্ৰহণ অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী চুম ৰংহাং, সাংসদ হৰেণ ছিং বে’, পৰিষদৰ উপাধ্যক্ষ ৰীতেশ ইংহি, পৰিষদৰ প্ৰধান সচিবকে আদি কৰি কেইবাগৰাকী কাৰ্যবাহী সদস্য উপস্থিত থাকে ৷
কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ চাৰি মনোনীত সদস্যৰ শপত গ্ৰহণ - শপতবাক্য পাঠ কৰায়
আড়ম্বৰপূৰ্ণ অনুষ্ঠানত জিলা উপায়ুক্তই চাৰিওগৰাকী সদস্য ক্ৰমে সীমা ৰংহাংপী, অজিত কুমাৰ দে’, হাপুৰাম কিস্কু আৰু চন্দ্ৰ বাহাদুৰ ছেত্ৰীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায়
![কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ চাৰি মনোনীত সদস্যৰ শপত গ্ৰহণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4571918-thumbnail-3x2-kdggggo.jpg?imwidth=3840)
বকলীয়াঘাট, 27 চেপ্তেম্বৰঃ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ চাৰিগৰাকী মনোনীত সদস্যই শুকুৰবাৰে শপত গ্ৰহণ কৰে । ডিফুৰ আৰবৰেটাম কাম ক্ৰাফট চেন্টাৰত দিনৰ 11 বজাত অনুষ্ঠিত হোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত জিলা উপায়ুক্তই চাৰিওগৰাকী সদস্য ক্ৰমে সীমা ৰংহাংপী, অজিত কুমাৰ দে’, হাপুৰাম কিস্কু আৰু চন্দ্ৰ বাহাদুৰ ছেত্ৰীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায় । শপত গ্ৰহণ অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী চুম ৰংহাং, সাংসদ হৰেণ ছিং বে’, পৰিষদৰ উপাধ্যক্ষ ৰীতেশ ইংহি, পৰিষদৰ প্ৰধান সচিবকে আদি কৰি কেইবাগৰাকী কাৰ্যবাহী সদস্য উপস্থিত থাকে ৷
বকলীয়াঘাট, ২৭ ছেপ্টেম্বৰ : কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ চাৰিগৰাকী মনোনীত সদস্যৰ আজি শপত গ্ৰহণ অনুষ্ঠিত হৈ যায় । ডিফুৰ আৰবৰেটাম কাম ক্ৰাফট চেন্টাৰত আজি দিনৰ ১১ বজাত অনুষ্ঠিত হোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত জিলা উপায়ুক্তই চাৰিওগৰাকী সদস্য ক্ৰমে সীমা ৰংহাংপী, অজিত কুমাৰ দে’, হাপুৰাম কিস্কু আৰু চন্দ্ৰ বাহাদুৰ ছেত্ৰীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় । শপত গ্ৰহণ অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী চুম ৰংহাং, সাংসদ হৰেণ ছিং বে’, পৰিষদৰ উপাধ্যক্ষ ৰীতেশ ইংহি, পৰিষদৰ প্ৰধান সচিব, কেইবাগৰাকী কাৰ্যবাহী সদস্য উপস্থিত থাকে ।Body:*******Conclusion:*********