ETV Bharat / state

ডিফুত পঞ্চম কাজিৰ ৰংহাঙপী টেলেণ্ট হাণ্ট ছ'চাইটিৰ ফাইনেল ৰাউণ্ডৰ সফল সমাপ্তি - ৰংঙহাঙৰ প্ৰয়াত মাতৃ কাছে টেৰণপীৰ সোঁৱৰণি

মিছেছ, মিছ, মিষ্টাৰ আৰু কিডছৰ খিতাপ ক্ৰমে, ৰুমিৰ ইংতিপী, ৰূপালী টিচ'পী, বিজয় তিমুঙ আৰু অঞ্জলী হাচামজাৰ শীৰত ৷

ডিফুত পঞ্চম কাজিৰ ৰংহাঙপী টেলেণ্ট হাণ্ট ছ'চাইটিৰ ফাইনেল ৰাউণ্ডৰ সফল সমাপ্তি

author img

By

Published : Dec 22, 2020, 10:54 PM IST

ডিফু,২২ ডিচেম্বৰঃ দেওবাৰে নিশা পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত সফল সমাপ্তি ঘটে পঞ্চম কাজিৰ ৰংহাঙপী টেলেণ্ট হাণ্ট ছ'চাইটিৰ ফাইনেল অডিচন ৷ কাৰ্বি আংলং স্বায়ত্ত শাষিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংঙহাঙৰ প্ৰয়াত মাতৃ কাছে টেৰণপীৰ সোঁৱৰণি প্ৰাইজমনি মিছেছ, মিছ আৰু কিডছ কাৰ্বি আংলং আৰু পৰিষদৰ কাৰ্যবাহী সদস্য লুণছিং টেৰণৰ স্প’নছৰত অনুষ্ঠিত মিষ্টাৰ কাৰ্বি আংলং প্ৰতিযোগীতাত প্ৰতিযোগী সকলে উৎকৃষ্ট প্ৰদৰ্শনেৰ উপস্থিত দৰ্শকক আপ্লুত কৰে ৷

ডিফুত পঞ্চম কাজিৰ ৰংহাঙপী টেলেণ্ট হাণ্ট ছ'চাইটিৰ ফাইনেল ৰাউণ্ডৰ সফল সমাপ্তি
ডিফুত পঞ্চম কাজিৰ ৰংহাঙপী টেলেণ্ট হাণ্ট ছ'চাইটিৰ ফাইনেল ৰাউণ্ডৰ সফল সমাপ্তি

উল্লেখযোগ্য যে, চাৰিটা কেটেগৰিত অনুষ্ঠিত ফাইনেল অডিছনত ক্ৰমে, মিষ্টাৰ 25, মিছেছ 10, মিছ 25 আৰু কিডছৰ 25 জনকৈ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে ৷ তাৰ ভিতৰতে মিছ কাৰ্বি আংলঙৰ বিজয়ীৰ মুকুট পিন্ধে ৰূপালী টিচ'পীয়ে বিজেতা ক্ৰমে, মিৰলিন টেৰণপী আৰু এলিচ টেৰণপীয়ে ৷ শ্ৰেষ্ট বুদ্ধিমতীৰ ৰাউণ্ডত ৰাচিংজা ৰূপালী কাথাৰপী, মিষ্টাৰ কাৰ্বি আংলঙৰ বিজয়ী বিজয় তিমুঙ, বিজেতা ক্ৰমে, আংথিক ইংতি আৰু মাচুম থাউচেন, শ্ৰেষ্ট বুদ্ধিমত্তা মনোজ ইংতি, বেষ্ট ফটোজেনিক আংথিক ইংতি, বেষ্ট কেটৱাক ৱাইচং তেৰাঙ , মিছেছ কাৰ্বি আংলঙৰ বিজয়ী ৰূমিৰ ইংতিপী, বিজেতা ক্ৰমে, ৰূপালী টেৰণপী আৰু ৰশ্মিতা ইংতিপী ৷ শ্ৰেষ্ট বুদ্ধিমতী ৰাউণ্ডৰ বিজয়ী বাচাপী বে'পী, শ্ৰেষ্ট ফটোজেনিক খিতাপ ৰুমিৰ ইংতিপী আৰু কেটৱাকl বিজয়ী বাচাপী বে'পীয়ে শ্ৰেষ্ঠত্ব লাভ কৰিবলৈ সক্ষম হয় ৷

শ্ৰেষ্ট কিডছৰ বিজয়ী অঞ্জলী হাছামছা, বিজেতা ক্ৰমে, ৰূপজিলীন বে'পী, আৰু দেৰাপী, শ্ৰেষ্ট বুদ্ধিমত্তাৰ ক্লাৰজিৰ কাথাৰপী, শ্ৰেষ্ট ফটোজেনিক ৰূপজিলিন বে'পী, শ্ৰেষ্ট কেটৱাক বিজয়ী লেচলী দাওলাগুপু ৷ ফাইনেল অডিচনৰ বিচাৰক মণ্ডলী হিচাপে থাকে ফেছন কৰিঅ'গ্ৰাফী, বিদ্যুত নাথ, কাথাৰচন ইংতি আৰু ক্লাৰলিন টকবিপী ৷

লগতে পঢ়কঃ হিন্দী চিনেমাৰ কথাবোৰৰ দৰেই চৰ্চালৈ অহা এখন বিশেষ বিবাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.