- ডিফুৰ মাঞ্জাত সংঘটিত হ’ল লোমহৰ্ষক হত্যাকাণ্ড(Murder at Diphu)
- বন্ধুৰ দাৰ ঘাপত প্ৰাণ গ’ল বন্ধুৰ(Man killed friend at Diphu)
- ছম কুমাৰ ৰায়ৰ নামৰ এজন লোকে দাৰে ঘপিয়াই হত্যা কৰে জ্যোতিষ ৰংহাং নামৰ লোকজনক
- ছম কুমাৰ ৰায়ৰ পত্নীক উদ্দেশ্যি অশ্লীল মন্তব্য দিয়াৰ অভিযোগ জ্যোতিষ ৰংহাঙৰ বিৰুদ্ধে
- বন্ধু ছম কুমাৰ ৰায়ৰ দাৰ ঘাপত ঘটনাস্থলীতে মৃত্যু হয় জ্যোতিষ ৰংহাঙৰ
- হত্যাকাৰী ছম কুমাৰ ৰায়ক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে