ETV Bharat / state

কাৰ্বি আংলঙত ব্যৱসায়ীক অপহৰণ কৰি হত্যাঃ আৰক্ষীৰ জালত দুই অভিযুক্ত

author img

By

Published : Jan 8, 2020, 9:45 AM IST

28 ডিচেম্বৰত বৰলাংফেৰ থানা এলেকাধীন লাংছ’লিয়েটৰ পৰা অপহৰণ কৰা হৈছিল ব্যৱসায়ী কাজল দাসক ৷ এক বিশেষ সূত্ৰে বিগত 3 জানুৱাৰীত আৰক্ষীয়ে অপহৰণ কাণ্ডটোৰ বিষয়ে তথ্য লাভ কৰে ৷ ইয়াৰ পিছতেই আৰক্ষীয়ে নিজাববীয়াকৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷ আৰক্ষীৰ জালত পৰা দুটা অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আজি বৰলাংফেৰ আৰক্ষী থানাৰ অন্তৰ্গত লাংছ'লিয়েট ৰেল লাইনৰ সমীপৰ জংঘল নামৰ ঠাইৰ হাবিৰ মাজত পেলাই থোৱা অৱস্থাৰ পৰা যোৱা ১০ দিনে নিখোজ হৈ থকা ব্যৱসায়ী কাজল দাসৰ মৃতদেহটো উদ্ধাৰ কৰে ৷

Kidnap and murder of Karbi anglong buisnessmen
কাৰ্বি আংলঙত ব্যৱসায়ীক অপহৰণ কৰি হত্যা

ডিফু,7 জানুৱাৰীঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত ব্যৱসায়ীক অপহৰণ কৰি হত্যা কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ বিগত কিছু দিন পূৰ্বে দুবৃত্তই অপহৰণ কৰি নিয়া ব্যৱসায়ী কাজল দাসৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, 28 ডিচেম্বৰত বৰলাংফেৰ থানা এলেকাধীন লাংছ’লিয়েটৰ পৰা অপহৰণ কৰা হৈছিল ব্যৱসায়ীগাৰকীক ৷ এই বিষয়ে ব্যৱসায়ীগৰাকীৰ পৰিয়ালে আৰক্ষীক অবগত কৰা নাছিল ৷ এক বিশেষ সূত্ৰে বিগত 3 জানুৱাৰীত আৰক্ষীয়ে অপহৰণ কাণ্ডটোৰ বিষয়ে তথ্য লাভ কৰে ৷ ইয়াৰ পিছতেই আৰক্ষীয়ে নিজাববীয়াকৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷

Kidnap and murder of Karbi anglong buisnessmen
হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্ত

প্ৰবেছনাৰী আইপিএছ বিষয়া সৌৰভ গুপ্তাৰ নেতৃত্বত মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকা, খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্ম, আৰু ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু ছেত্ৰীৰ সহযোগত বিগত ৩ জানুৱাৰীৰ পৰা অভিযান আৰম্ভ কৰে ৷ আৰক্ষীয়ে অভিযান চলাই সোমবাৰে মাঞ্জা আৰক্ষী থানাৰ অন্তৰ্গত হিদিম টেৰণ গাঁৱৰ পৰা ৰাজেশ ইংতি নামৰ এজন যুৱকক আটক কৰে ৷ ইয়াৰ পিছতেই মঙলবাৰে অপহৰণকাণ্ডটোৰ লগত জড়িত আন এজনক আটক কৰে আৰক্ষীয়ে ৷ ধৃত অভিযুক্ত জন বকলিয়াঘাট আৰক্ষী থানৰ অন্তৰ্গত ছাম পথাৰ ছাৰ্থে ৰংহাঙ গাঁৱৰ নিবাসী কেনচিং তিচ' বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীৰ জালত পৰা দুয়োটা অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আজি বৰলাংফেৰ আৰক্ষী থানাৰ অন্তৰ্গত লাংছ'লিয়েট ৰেল লাইনৰ সমীপৰ জংঘল নামৰ ঠাইৰ হাবিৰ মাজত পেলাই থোৱা অৱস্থাৰ পৰা যোৱা ১০ দিনে নিখোজ হৈ থকা ব্যৱসায়ী কাজল দাসৰ মৃতদেহটো উদ্ধাৰ কৰে ৷

উল্লেখ্য যে, অপহৰণ আৰু হত্যাৰ সৈতে জড়িত আন এটা অপৰাধী এতিয়াও পলাতক ৷ সম্প্ৰতি পলাতক আৱস্থাত থকা তৃতীয়টো অপৰাধীকো আৰক্ষীয়ে অতি শীঘ্ৰে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিছে ৷

লগতে পঢ়ক-মধ্য প্ৰাচ্যত যুদ্ধৰ দাৱানল

Intro:কাৰবি আংলঙত ব্যৱসায়ীক অপহৰণ কৰি নৃশংস হত্যা ৷
----------------------------------------দুই অপৰাধীক আটক আৰক্ষীৰ ৷

ডিফু, ৭ জানুৱাৰী:- পাহাৰীয়া জিলা কাৰবি আংলঙত ব্যৱসায়ীক অপহৰণ কৰি নৃশংস ভাবে হত্যা কৰা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ কাৰবি আংলং জিলাৰ ডিফুৰ সমীপৰ লাংছ'লিয়টৰ পৰা অলপতে অপহৃত হোৱা ব্যৱসায়ীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ ঘটনাৰ বিৱৰণ অনুসৰি যোৱা ২৮ ডিচেম্বৰত বৰলাংফেৰ থানা এলেকাধীন লাংছ'লিয়েটৰ পৰা কাজল দাস নামৰ এজন ব্যৱসায়ীক অপহৰণ কৰি নিয়ে ৷ ইফালে ব্যৱসায়ী গৰাকীক দূৰ্বৃত্তই অপহৰণ কৰি নিয়াৰ পিছতো অপহৃতা কাজল দাসৰ পৰিয়ালে আৰক্ষীক অৱগত কৰা নাছিল ৷ এক বিশেষ সূত্ৰে ৩ জানুৱাৰীত জিলা আৰক্ষীয়ে উক্ত অপহৰণ কাণ্ডৰ বিষয়ে জানিব পাৰে ৷ অপহৰণ কাণ্ড সন্দৰ্ভত কাৰবি আংলং আৰক্ষীয়ে নিশ্ছিত হোৱাৰ পিছত কাৰবি আংলং জিলা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰে ৷ প্ৰবেছনাৰী আইপিএ বিষয়া সৌৰভ গুপ্তাৰ নেতৃত্বত. মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকা, খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰক্ষ্ম, আৰু ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু ছেত্ৰীৰ সহযোগত আৰক্ষীয়ে যোৱা ৩ জানুৱাৰীৰ পৰা অভিযান আৰম্ভ কৰে ৷ আৰক্ষীয়ে অবিৰত ভাবে অভিযান চলাই কালি মাঞ্জা আৰক্ষী থানাৰ অন্তৰ্গত হিদিম টেৰণ গাঁৱৰ পৰা ৰাজেশ ইংতি নামৰ এজন যুৱকক আটক কৰে ৷ ইয়াৰ পিছত আৰক্ষীয়ে অভিযান চলাই আজি পুৱা উক্ত অপহৰণকাণ্ডত জড়িতৰ আন এজন অভিযুক্তক আটক কৰে ৷ ধৃত অভিযুক্ত জন বকলিয়াঘাট আৰক্ষী থানৰ অন্তৰ্গত ছাম পথাৰ ছাৰ্থে ৰংহাঙ গাঁৱৰ নিবাসী কেনচিং তিচ' বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীৰ জালত পৰা দুয়োটা অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আজি বৰলাংফেৰ আৰক্ষী থানাৰ অন্তৰ্গত লাংছ'লিয়েট ৰেল লাইনৰ সমীপৰ জংঘল নামৰ ঠাইৰ হাবিৰ মাজত পেলাই থোৱা অৱস্থাৰ পৰা যোৱা ১০ দিনে নিখোজ হৈ থকা ব্যৱসায়ী কাজল দাসৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ নিৰীহ ব্যৱসায়ী গৰাকীৰ অপহৰণ আৰু হত্যাৰ সৈতে জড়িত আন এটা অপৰাধী এতিয়াও পলাতক ৷ সম্প্ৰতি পলাতক আৱস্থাত থকা তৃতীয়টো অপৰাধীকো আৰক্ষীয়ে অতি শীঘ্ৰে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

ছাইদুল ইছলাম, ডিফু ৷৷Body:********Conclusion:**********

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.