ETV Bharat / state

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ 234 সংখ্যক অধিবেশন

সৰ্বসন্মত সিদ্ধান্ত মৰ্মে প্ৰয়াত পিটৰ টুপিটৰ স্মৃতিত এক শোকপ্ৰস্তাৱ গৃহিত কৰাৰ পাচতে ২৩৪ সংখ্যক অধিবেশনৰ সামৰণি পৰে ৷

KARBI ANGLONG
author img

By

Published : Jun 21, 2019, 8:52 PM IST

Updated : Jun 21, 2019, 9:30 PM IST

ডিফু,21 জুন:- কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ 234 সংখ্যক অধিবেশন ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিৰ অধ্যক্ষতাত শুকুৰবাৰে অনুষ্ঠিত বিশেষ অধিবেশন খনত পৰিষদৰ প্ৰয়াত মনোনীত এমএচি পিটৰ টুপিটৰ মৃত্যু দিৱসত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ অধিবেশনত প্ৰয়াত মনোনীত এমএচি গৰাকীৰ পৰিষদলৈ আগবঢ়োৱা অৰিহনা আৰু অৱদানৰ শলাগ লোৱাৰ লগতে তেওঁৰ কৰ্ম জীৱনৰ ওপৰত অধিবেশন খনত এক চমু আলোচনা হয় ৷ ইয়াৰ পাচতে সৰ্ব সন্মত সিদ্ধান্ত মৰ্মে প্ৰয়াত পিটৰ টুপিটৰ স্মৃতিত এক শোকপ্ৰস্তাৱ গৃহীত কৰাৰ পাচতে ২৩৪ সংখ্যক অধিবেশনৰ সামৰণি পৰে ৷

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ 238 সংখ্যক অধিবেশন

Intro:কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ২৩৪ সংখ্যক অধিবেশন সম্পন ৷

ডিফু,২১ জুন:- শুকুৰবাৰে এক বিশেষ প্ৰসংগত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ২৩৪ সংখ্যক অধিবেশন অনুষ্ঠিত কৰা হয় ৷ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিৰ অধ্যক্ষতাত পৰিষদৰ অধিবেশন কক্ষত অনুষ্ঠিত বিশেষ অধিবেশন খনত কেৱল পৰিষদৰ প্ৰয়াত মনোনিত এমএচি পিটৰ টুপিটৰ মৃত্যু দিৱসক সুঁৱৰি অধিবেশন সামৰা হয় ৷ অধিবেশনত প্ৰয়াত মনোনীত এমএচি গৰাকীৰ পৰিষদলৈ দিয়া অৰিহনা আৰু অৱদানৰ শলাগ লোৱাৰ লগতে তেওঁৰ কৰ্ম জীনৱনৰ ওপৰত অধিবেশন খনত এক চমু আলোচনা হয় ৷ ইয়াৰ পিছতে সৰ্ব সন্মত সিদ্ধান্ত মৰ্মে প্ৰয়াত পিটৰ পিলটৰ স্মৃতিত এক শোক প্ৰস্তাব গৃহিত কৰাৰ পিছতে আজিৰ ২৩৪ সংখ্যক অধিবেশনৰ সামৰণি পৰে ৷

ছাইদুল ইছলাম, ডিফু Body:*********-Conclusion:************
Last Updated : Jun 21, 2019, 9:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.