ETV Bharat / state

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ১৬ খন মনোনয়ন পত্ৰ দাখিল

author img

By

Published : May 21, 2022, 10:23 PM IST

আগন্তুক ৮ জুনত অনুষ্ঠিত হ'ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন (KAAC Election 2022) ৷ এই নিৰ্বাচনৰ বাবে শুকুৰবাৰে ডিফু নিৰ্বাচনী জিলাৰ অন্তৰ্গত কংগ্ৰেছ এএছডিচি আৰু এপিএইছএলচিৰ 16 গৰাকী প্ৰাৰ্থীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ত নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে (KAAC Election candidates file nomination papers ) ৷

kaac-election-candidates-file-nomination-papers-in-diphu
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ১৬ খন মনোনয়ন পত্ৰ দাখিল

ডিফু, 21মে’: কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত (KAAC Election 2022) প্ৰতিদ্বন্দিতা কৰিবলৈ শুকুৰবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এএছডিচি,এপিএইছ এলচি আৰু নিৰ্দলীয়কে ধৰি মুঠ 9 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ তাৰ পিছত শনিবাৰে দ্বিতীয় দিনা ডিফু নিৰ্বাচনী জিলাৰ অন্তৰ্গত কংগ্ৰেছ এএছডিচি আৰু এপিএইছএলচিৰ 16 গৰাকী প্ৰাৰ্থীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ত নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে (KAAC Election candidates file nomination papers ) ৷

প্ৰাৰ্থীসকল ক্ৰমে, 15 নং মহামায়া পৰিষদীয় সমষ্টিৰ বাবে প্ৰাক্তন ইএম বিদ্যাছিং ৰংপি, 19 নং ধনশিৰিত এএছডিচিৰ মণ্ডল তাৰ', 19 নং ধনশিৰিত নিৰ্দলীয় প্ৰাৰ্থী নিচ' তেৰাঙপী, 12 নং ফুলনিত নিৰ্দলীয় প্ৰাৰ্থী মহেন্দ্ৰ বে', 15 নং মহামায়াত এএছডিচিৰ প্ৰাৰ্থী বাবুছিং ৰংহাঙ, 12 নং ফুলনিত এপিএইছএলচি প্ৰাৰ্থী ধনীৰাম তিমুঙ, 19 নং ধনশিৰিত নিৰ্দলীয় প্ৰাৰ্থী এলড্ৰিণ পাটৰ, 14 নং কৰকাণ্ঠিত এএছডিচিৰ খৰচিং ইংতি, 20 নং সিংহাসনত কংগ্ৰেছৰ প্ৰদীপ ছিংনাৰে মনোনয়ন পত্ৰ দাখিল কৰে ৷

লগতে নমাটি পৰিষদীয় সমষ্টিত এপিএইছএলচিৰ সুৰেণ ক্ৰামছা, 18 নং মহামায়াত ক্ৰমে, চিপিআই (এমএল)ৰ বিদ্যাচিং টেৰণ, ফুলনিত এএছডিচৰ মুনিন্দ্ৰ বে' লাংফেৰত চিপিআই(এমএল)ৰ লংকিৰাম টকবী, মহামায়াত এপিএইছএলচিৰ ৰবিচিং ৰংহাঙ, 18 নং হাওৰাঘাটত এপিএইছএলচিৰ পুৰ্ণিমা ইংহিপী আৰু এছডিচিৰ ৰত্নেশ্বৰ তিমুঙে মনোনয়ন পত্ৰ দাখিল কৰে ৷

লগতে পঢ়ক: Tense Situation at Batadrava: উত্তেজিত লোকে জ্বলাই দিলে বটদ্ৰৱা আৰক্ষী থানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.