ETV Bharat / state

ডিফুত সদৌ কাৰ্বি আংলং ভিত্তিক ভাৰোত্তোলন প্ৰতিযোগিতা

আৰ.এন.আৰ ফিটনেছ চেণ্টাৰৰ উদ্যোগত কাৰ্বি আংলং পাৱাৰ লিফ্টিং এছ'চিয়েছনৰ সহযোগত শনিবাৰে ডিফুত, কাৰ্বি আংলং ভিত্তিক ভাৰোত্তোলন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

author img

By

Published : Dec 12, 2020, 8:47 PM IST

Updated : Dec 13, 2020, 12:17 PM IST

ভাৰোত্তোলন প্ৰতিযোগিতা
ভাৰোত্তোলন প্ৰতিযোগিতা

ডিফু, ১২ ডিচেম্বৰ: কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত শনিবাৰে অনুষ্ঠিত হয়, সদৌ কাৰ্বি আংলং ভিত্তিক ভাৰোত্তোলন, বডী বিল্ডিং আৰু পুৰুষৰ মডেল ফিজিক্স চেম্পিয়নশ্বিপ ৷ আৰ.এন.আৰ ফিটনেছ চেণ্টাৰৰ উদ্যোগত কাৰ্বি আংলং পাৱাৰ লিফ্টিং এছ'চিয়েছনৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতা খনত জিলা খনৰ ভিন্ন প্ৰান্তৰ ৪৫ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷

ডিফুত সদৌ কাৰ্বি আংলং ভিত্তিক ভাৰোত্তোলন প্ৰতিযোগিতা
ডিফুত সদৌ কাৰ্বি আংলং ভিত্তিক ভাৰোত্তোলন প্ৰতিযোগিতা

পুৰষ-মহিলা উভয়ৰ বাবেই ৪৫ কিলোগ্ৰামৰ পৰা ১০৫ কিলোগ্ৰাম ওজনৰ ভাৰোত্তোলন খেল অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৷ বৰ্তমানলৈ জানিব পৰা যোৱা নাই প্ৰতিযোগিতাখনৰ ফলাফলসমূহ ৷

লগতে পঢ়ক: 39 বছৰত ভৰি দিলে 'চিক্সাৰ কিং' যুৱৰাজ সিঙে

Last Updated : Dec 13, 2020, 12:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.