ETV Bharat / state

ভাৰতীয় সেনাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ - Indian Army's Red Horn Div organised Medical Camp at East Karbi Anglong in Assam

দেশৰ সুৰক্ষাৰ লগতে দেশবাসীৰ সুৰক্ষাত নিয়োজিত থকা ভাৰতীয় সেনাই অনুষ্ঠিত কৰে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ৷ ভাৰতীয় স্থলসেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত অসমৰ পূব কাৰ্বি আংলং জিলাত শনিবাৰে অনুষ্ঠিত হৈ যায় স্বাস্থ্য শিবিৰটো ৷ প্ৰতিৰক্ষা বিভাগৰ অপাৰেশ্যন সদ্ভাৱনাৰ অধীনত জিলাখনৰ আনজুকপানী গাঁৱত অনুষ্ঠিত হৈ যায় স্বাস্থ্য শিবিৰটো ৷

স্থলসেনাৰ ৰেড হৰ্ন ডিভিজনৰ উদ্যোগত স্বাস্থ্য শিৱিৰ
author img

By

Published : Oct 19, 2019, 9:45 PM IST

কাৰ্বি আংলং, 19 অক্টোবৰঃ ভাৰতীয় সেনাৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হয় এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ৷ স্থলসেনাৰ ৰেড হৰ্ন ডিভিজনে অসমৰ পূব কাৰ্বি আংলং জিলাত আয়োজন কৰে স্বাস্থ্য শিবিৰটো ৷ প্ৰতিৰক্ষা বিভাগৰ অপাৰেশ্যন সদ্ভাৱনাৰ অধীনত অনুষ্ঠিত কৰা হয় স্বাস্থ্য শিবিৰটো ৷ জিলাখনৰ অতিকে দুৰ্গম প্ৰান্তত থকা ৰাইজক স্বাস্থ্য সেৱা প্ৰদানৰ লগতে বিনামূলীয়াকৈ প্ৰদান কৰা হয় প্ৰয়োজনীয় ঔষধ-পাতি ৷

Indian Army News Today, Red Horn Division News Today, Karbi Anglong News Today, Army Medical camp at Karbi Anglong News, Free Medical Camp Karbi Anglong News, Army Medical Help News in Assam, Army Medical Help Karbi Anglong News, Army News Update Assam, Army News Update Karbi Anglong, Red Horn Div News Today, Red Horn News Update Assam, Red Horn Div News Karbi Anglong Today, সেনাৰ স্বাস্থ্য শিৱিৰ নিউজ, সেনাৰ স্বাস্থ্য শিৱিৰ শেহতীয়া নিউজ, সেনাৰ স্বাস্থ্য শিৱিৰ নিউজ আপদেট, ৰেড হৰ্ণ ডিভিজন স্বাস্থ্য শিৱিৰ নিউজ, ৰেড হৰ্ণ ডিভিজন স্বাস্থ্য শিৱিৰ শেহতীয়া নিউজ, ৰেড হৰ্ণ ডিভিজন স্বাস্থ্য শিৱিৰ নিউজ আপদেট, কাৰ্বি আংলং স্বাস্থ্য শিৱিৰ নিউজ, কাৰ্বি আংলং স্বাস্থ্য শিৱিৰ শেহতীয়া নিউজ, কাৰ্বি আংলং স্বাস্থ্য শিৱিৰ নিউজ আপদেট, ভাৰতীয় সেনাৰ স্বাস্থ্য শিৱিৰ নিউজ, কাৰ্বি আংলং সেনাৰ নিউজ, কাৰ্বি আংলং সেনাৰ আজি নিউজ
স্বাস্থ্য সেৱা প্ৰদানৰ মুহূৰ্তত ৰেড হৰ্ন ডিভিজনৰ চিকিৎসক

বহুটো সময়ত এইসকল গাঁওবাসীয়ে সাধাৰণ স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হয় ৷ চৰকাৰে এনেকুৱা দুৰ্গম অঞ্চলত চিকিৎসালয় পাতিবলৈ অপৰাগ হোৱাৰ লগতে বহুসময়ত চিকিৎসকৰ অভাৱৰ বাবেই স্বাস্থ্য পৰীক্ষাৰ পৰা বঞ্চিত হৈ পৰে এইসকল লোক ৷ ভাৰতীয় স্থলসেনাৰ ৰেড হৰ্ণ ডিভিজনে জিলাখনৰ 250 খনৰো অধিক গাঁৱত এইদৰে স্বাস্থ্য সেৱা প্ৰদান কৰি আহিছে ৷ পূব কাৰ্বি আংলং জিলাৰ বাগুৰি সেনা চাউনীৰ তত্বাৱধানত শনিবাৰে অনুষ্ঠিত হৈ যায় স্বাস্থ্য শিবিৰটো ৷ সেনাৰ বহুকেইগৰাকী বিশেষজ্ঞ চিকিৎসকে অংশগ্ৰহণ কৰে শিবিৰত ৷

সেনাৰ উদ্যোগত হোৱা স্বাস্থ্য শিৱিৰৰ দৃশ্য

সেনাই আয়োজন কৰা শিবিৰটোত আনজুকপানী,কালিভিটি,হানছপানী,সোনাজুৰি,বালিজুৰি খাচপুঞ্জী,লাংখাং,হাথীমুৰিকে ধৰি বহুকেইখন দুৰ্গম গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰে ৷ বিগত সময়চোৱাত জিলাখনৰ প্ৰায় 250ৰো অধিক গাঁৱত অপাৰেশ্যন সদ্ভাৱনাৰ অধীনত সেনাই বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াই আহিছে ৷

সেনাই আয়োজন কৰা শিবিৰটোত শিশু,মহিলাৰ লগতে বৃদ্ধসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত সকলো ৰোগীকে প্ৰয়োজনীয় ঔষধ-পাতি বিনামূলীয়াকৈ প্ৰদান কৰে সেনাৰ দলটোৱে ৷ সেনাৰ এই কাৰ্যক স্থানীয় ৰাইজে শলাগ লোৱাৰ লগতে আগলৈয়ো এনেকুৱা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনায় ৷

Intro:Body:RED HORNS DIVISION OF INDIAN ARMY ORGANISES MEDICAL CAMP AT VILLAGE ANJUKPANI, EAST KARBI ANGLONG DISTRICT ON 19 OCT 2019

1.         The Red Horns Division, under Operation Sadbhavana project conducted a Medical Camp for the residents of remote villages of East Karbi Anglong District on 19 Oct 2019. The event was conducted by Army Camp, Baguri of the Red Horns Division as a part of its Sadbhavana initiative at Anjukpani, East Karbi Anglong.

2.         This camp benefitted the residents of Anjukpani, Kalibhiti, Hanspani, Sonajuri, Balijuri Khaspunji, Langkhang, Hathimuri, and villages in remote hills. The camp was a resounding success as it provided medical aid to 250+ villagers. The beneficiaries included people from the weaker sections of the society consisting of senior citizens, women and children. A medical team of qualified specialists from Indian Army were present and provided the best medical assistance and medicines to the patients attending the medical camp.

3.         The noble endeavor of providing health care was very well appreciated by local community and heartfelt gratitude was expressed towards Indian Army by the villagers.Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.