ETV Bharat / state

মহিলা আত্মসহায়ক গোটক বাহন বিতৰণ ডিফু পৌৰ নিগমৰ

আত্ম সহায়ক গোট সমূহৰ জীৱন ধাৰণ পদ্ধতি উন্নত কৰাৰ বাবে ডিফু চহৰৰ বাচনি কৃত ১০ টা আত্ম সহায়ক গোটৰ মাজত ডিফুৰ নগৰ সমিতিৰ উদ্যোগত ১০ খন অট' ৰিক্সা, বস্তু আৰু সামগ্ৰী বাবে ৫ খন ট্ৰাইলাৰ আৰু ১০ খন ট্ৰিপাৰ ট্ৰাক বিতৰণ কৰা হৈছে বুলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত উল্লেখ কৰে

ডিফু পৌৰনিগম
author img

By

Published : Jun 8, 2019, 12:39 AM IST

ডিফু, ৭ জুন:- মহিলা আত্মসহায়ক গোটলৈ ডিফু পৌৰনিগমৰ লঘু বাহন বিতৰণ ৷ ঘৰে ঘৰে জাবৰ সংগ্ৰহ কৰি ডিফু চহৰক স্বচ্ছ কৰি তোলাৰ মানসেৰে এই পদক্ষেপ গ্ৰহণ পৌৰনিগমৰ ৷ শুকুৰবাৰে এক অনুষ্ঠানত বাহন সমূহ বিতৰণ কৰে স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ আত্ম সহায়ক গোটৰ সদস্যসকলৰ জীৱন ধাৰণ পদ্ধতি উন্নত কৰাৰ বাবে ডিফু চহৰৰ বাচনি কৃত ১০ টা আত্ম সহায়ক গোটৰ মাজত ডিফুৰ নগৰ সমিতিৰ উদ্যোগত ১০ খন অট' ৰিক্সা, বস্তু আৰু সামগ্ৰী বাবে ৫ খন ট্ৰেইলাৰ আৰু ১০ খন ট্ৰিপাৰ ট্ৰাক বিতৰণ কৰা হৈছে বুলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত উল্লেখ কৰে ৷

আনহাতে, অনুষ্ঠানত উপস্থিত থাকে সাংসদ হৰেণছিং বে', পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংতি, প্ৰদীপ ৰংপি, ৰতন টেৰণ, অমৰছিং তিছ', কাছে ৰংপিপি, প্ৰদীপ ডিফুছা, মাধূৰ্য ঢেকিয়াল ফুকন, খনচিং ৰংপি, লুণচিং টেৰণ, কেইবাগৰাকী এমএচি, উপায়ুক্ত মুকুল কুমাৰ শইকীয়া, ডিফু পৌৰনিগমৰ অধ্যক্ষ ৰাহ ক্ৰ' প্ৰমুখ্যে আন কেইবীগৰাকীও বিশিষ্ট ব্যক্তি ৷

Intro: ঘৰে ঘৰে জাঁবৰ সংগ্ৰহ কৰিবলৈ মহিলা আত্মসহায়ক গোটলৈ ডিফু মিউনিচিপাল্টি ব'ৰ্ডৰ বাহন বিতৰণ ৷

ডিফু চহৰক স্বচ্ছ কৰি তুলিবলৈ নাৰী শক্তিক অগ্ৰাধিকাৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ

ডিফু, ৭ জুন:- পাহাৰীয়া জিলা কাৰবি আংলঙৰ নাৰী সাৱলীকৰণৰ উদ্দেশ্যলৈ স্বচ্ছ ভাৰত অভিযান ( নগৰীয়া)ৰ অংশ স্বৰূপে ডিফু মিউনিচিপাল্টি ব'ৰ্ডৰ উদ্যোগত আজি ডিফু ক্লাৱত মহিলা আত্ম সহায়ক গোটৰ মাজত ঘৰে ঘৰে জাঁবৰ সংগ্ৰহ কৰাৰ বাবে লঘু বাহন বিতৰণ কৰা হয় ৷ বাহন সমূহ আনুষ্ঠানিক ভাবে বিতৰণ কৰে কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ উক্ত আনুষ্ঠানিক বিতৰণ সভাত ক্ৰমে সাংসদ হৰেণছিং বে', পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহি, ইএম সকল ক্ৰমে, প্ৰদীপ ৰংপি, ৰতন টেৰণ, অমৰছিং তিছ', কাছে ৰংপিপি, প্ৰদীপ ডিফুছা, মাধূৰ্য ঢেকিয়াল ফুকণ, খনচিং ৰংপি, লুণচিং টেৰণ, কেইবাগৰাকী এমএচি, উপায়ুক্ত মুকুল কুমাৰ শইকীয়া, ডিফু মিউনিচি পাল্টি ব'ৰ্ডৰ অধ্যক্ষ ৰাহ ক্ৰ' প্ৰমুখ্য কৰি কেইবীগৰাকী ব্যক্তি উপস্থিত থাকে ৷ পৰ্যায়ক্ৰমে কাৰবি আংলঙৰ মহিলা আত্ম সহায়ক গোট সমুহৰ সহায়ৰ হাত আগবঢ়াই নাৰী শক্তিক অগ্ৰাধিকাৰ দিয়াৰ বাবেই আজিৰ এই আনুষ্ঠানিক বিতৰণী কাৰ্যসূচীত আত্ম সহায়ক গোট সমূহৰ জীৱন ধাৰণ পদ্ধতি উন্নত কৰাৰ বাবে ডিফু চহৰৰ বাচনি কৃত ১০ টা আত্ম সহায়ক গোটৰ মাজত ডিফুৰ নগৰ সমিতিৰ উদ্যোগত ১০ টা অট' ৰিক্সা, বস্তু আৰু সামগ্ৰী বাবে ৫ খন ট্ৰাইলাৰ আৰু ১০ খন ট্ৰিপাৰ ট্ৰাক বিতৰণ কৰা হৈছে বুলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত উল্লেখ কৰে ৷

ছাইদুল ইছলাম, ডিফু Body:*********-***********************Conclusion:************************---*----
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.