ETV Bharat / state

CEM of KAAC: ডিফুত কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন - KSA

মঙলবাৰে ডিফুৰ লামডিঙত কেএছএৰ এটি কাৰ্যালয়ৰ আধাৰশিলা স্থাপন (Foundation stone of KSA office) কৰা হয় । কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে কাৰ্যালয়টোৰ আধাৰশিলা স্থাপন (Foundation stone of KSA office) কৰে ।

CEM of KAAC
ডিফুত কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন
author img

By

Published : Oct 11, 2022, 8:41 PM IST

ডিফু, ১১ অক্টোবৰ: ডিফুৰ লামডিঙত কেএছএৰ এটি কাৰ্যালয়ৰ আধাৰশিলা স্থাপন (Foundation stone of KSA office) কৰা হয় । কাৰ্যালয়টোৰ আধাৰশিলা স্থাপন (Foundation stone of KSA office) কৰে । কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে

৬৩ সংখ্যক কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (CEM of Karbi Anglong Autonomous Council) ড৹ তুলিৰাম ৰংহাঙে দিয়া প্ৰতিশ্ৰুতি মতেই মঙলবাৰে ডিফুৰ লামডিঙত কেএছএৰ এটি কাৰ্যালয়ৰ আধাৰশিলা স্থাপন (Foundation stone of KSA office) কৰে ।

এই উপলক্ষে লামডিং পথত কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন (Foundation stone of KSA office) কৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে, তেওঁ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞাৱদ্ধ ।

আনহাতে, ইয়াৰ সৈতে সংগতি ৰাখি কেএছএৰ কাৰ্যালয় প্ৰাংগণত কেএছএৰ উদ্যোগত শান্তিপূৰ্ণ গণতান্ত্ৰিক সংগ্ৰামৰ জৰিয়তে ষষ্ঠ অনুসূচীৰ সংবিধান (Sixth Schedule of Constitution of India) প্ৰদত্ত অনুচ্ছেদ ২৪৪ (ক) ৰূপায়ণক বিষয় বস্তু হিচাবে লৈ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে (Dr Tuliram Ronghang)। উক্ত কাৰ্যসূচীত বিধায়ক দৰছিং ৰংহাঙকে ধৰি পৰিষদৰ কেইবাগৰাকী ইএম আৰু এমএচিৰ লগতে কেএএছএৰ বহুকেইগৰাকী ন-পুৰণি নেতা আৰু সদস্য উপস্থিত থাকে ।

ডিফুত কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

ইয়াৰ পিছতে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি কেএছএৰ কাৰ্যালয় ভৱন নিৰ্মাণৰ বাবে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এছ অ'পিডি আঁচনিৰ (S OPD Scheme of KAAC) অধীনত আজি ডিফু লামডিং পথৰ কে এছ এৰ কাৰ্যালয় চৌহদত ১ কোটি টকা ব্যয় সাপেক্ষে কাৰ্যালয় নতুন ভৱনটিৰ আধাৰশিলা স্থাপন কৰা হৈছে ।

আনহাতে,কাৰ্বি আংলঙৰ চাৰিটাকৈ কেএছএ গোটক ঐক্যবদ্ধ হৈ একেটা মঞ্চৰ পৰা কাম কৰিবলৈ আহ্বান জনায় ড৹ ৰংহাঙে ।

আনহাতে, কেএছএৰ সভাপতি থমছন ৰংপিয়ে (KSA president Thomson Rangpiy) সংবাদ মাধ্যমৰ আগত কেএছএৰ কাৰ্যালয় ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা বাবে মুখ্য কাৰ্যবাহী সদস্যগৰাকীক ধন্যবাদ জ্ঞাপন কৰে । যোৱা ২১ জুলাইত কাৰ্বি আংলঙত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে কাৰ্বি ছাত্ৰ সন্থাৰ (KSA) ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছিল ৷

ডিফুৰ লগতে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন শাখা কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা এই বিশেষ দিনটোত (KSA Foundation Day celebrated) কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকি ছাত্ৰ সংগঠনটোৰ এটি কাৰ্যালয় স্থাপন কৰিব বুলি আশ্বাস দিছিল ৷

লগতে পঢ়ক:Fastest man of National games: দৌৰবিদ অম্লান বৰগোঁহাইৰ পিতৃৰে ETV Bharat ৰ আছুতীয়া সক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.