ETV Bharat / state

ডিফুত দৰিদ্ৰ হিতাধিকাৰীক মাছৰ পোণা বিতৰণ - কাৰ্বি আংলঙ

হিতাধিকাৰীৰ মাজত মাছৰ পোণা বিতৰণ কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনৰ প্ৰতিটো পৰিষদীয় সমষ্টিৰ দুখীয়া হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হ'ব মাছৰ পোণা

Breaking News
author img

By

Published : Aug 22, 2019, 4:53 AM IST

ডিফু, 22 আগষ্ট : কাৰ্বি আংলঙৰ ডিফুত লুম্বাজং, ধনশিৰি আৰু সিংহাসন পৰিষদীয় সমষ্টিৰ দৰিদ্ৰ হিতাধিকাৰীৰ মাজত বুধবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মীন বিভাগৰ উদ্যোগত মাছৰ পোনা বিতৰণ কৰা হয় ৷ ডিফুৰ ৰুকাছেন মৎস্য উদ্যানত অনুষ্ঠিত এক সভাত আনুষ্ঠানিক ভাবে হিতাধিকাৰীৰ মাজত ১ লাখ মাছৰ পোণা বিতৰণ কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ মৎস্য পালনেৰে আত্মনিৰ্ভৰশীল হবলৈ দুখীয়া ৰাইজৰ স্বাৰ্থত ১৫ লাখ টকীয়া এক মৎস্য প্ৰজনন স্থান নিৰ্মাণ কৰা হ'ব বুলি কয় মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ লগতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনৰ প্ৰতিটো পৰিষদীয় সমষ্টিৰ দুখীয়া হিতাধিকাৰীৰ মাজত আৰ্থিক সকাহ দিয়াৰ বাবে বিনামূলীয়া মাছৰ পোনা প্ৰদান কৰা হ'ব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ এই কাৰ্যসূচীত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে স্থানীয় ই এম ৰতন টেৰণ, বিভাগীয় ই এম ৰূপচিং টেৰণ, আন কেইবাগৰাকী ইএম, এমএচি আৰু বিভাগীয় বিষয়া কৰ্মী উপস্থিত থাকে ৷

ডিফুত দৰিদ্ৰ হিতাধিকাৰীক মাছৰ পোণা বিতৰণ

Intro:কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত দৰিদ্ৰ হিতাধিকাৰীৰ বিনামূলীয়া মাজত মাছৰ পোণা বিতৰণ ৷
************************* প্ৰতিটো পৰিষদীয় সমষ্টিত দৰিদ্ৰ ৰাইজক আৰ্থিক সকাহ দিবলৈ মাছৰ পোনা দিয়া হব------ তুলিৰাম ৰংহাঙ

ডিফু, ২১ আগষ্ট:- কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত আজি লুম্বাজং, ধনশিৰি আৰু সিংহাসন পৰিষদীয় সমষ্টিৰ দৰিদ্ৰ হিতাধিকাৰীৰ মাজত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মীন বিভাগৰ উদ্যোগত মাছৰ পোনা বিতৰণ কৰে ৷ আজি ডিফুৰ ৰুকাছেন মৎস্য উদ্যাণত অনুষ্ঠিত এক সভাত আনুষ্ঠানিক ভাবে হিতাধিকাৰীৰ মাজত ১ লাখ মাছৰ পোণা বিতৰণ কৰা হয় ৷ মুখ্য অতিথিৰ ভাষণত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলাখনত মৎস্য পালনেৰে আত্মনিৰ্ভৰশীল হবলৈ দুখীয়া ৰাইজক স্বাৰ্থত ১৫ লাখ টকীয়া এক মৎস্য প্ৰজনন স্থান নিৰ্মাণ কৰা হব বুলি কয় ৷ লগতে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনৰ প্ৰতিটো পৰিষদীয় সমষ্টিৰ দুখীয়া হিতাধিকাৰীৰ মাজত আৰ্থিক সকাহ দিয়াৰ বাবে বিনামূলীয়া মাছৰ পোনা প্ৰদান কৰা হব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ আজিৰ কাৰ্যসূচীত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে স্থানীয় ইএম ৰতন টেৰণ, বিভাগীয় ইএম ৰূপচিং টেৰণ, আন কেইবাগৰাকী ইএম, এমএচি আৰু বিভাগীয় বিষয়া কৰ্মী উপস্থিত থাকে ৷

ছাইদুল ইছলাম, ডিফু ৷Body:************Conclusion:***************
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.