ETV Bharat / state

হামৰেণত আৰক্ষীৰ জালত দুই ভূৱা উগ্ৰপন্থী - কাৰ্বি আংলং

বিভিন্ন উগ্ৰপন্থী সংগঠনৰ নামত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন চাকৰিয়াল আৰু ব্যৱসায়ীক ধন দাবীৰে ত্ৰাস সৃষ্টি কৰি আহিছিল দুই ভূৱা উগ্ৰপন্থীয়ে

হামৰেণত আৰক্ষীৰ জালত দুই ভূৱা উগ্ৰপন্থী
author img

By

Published : May 18, 2019, 4:15 AM IST

কাৰ্বি আংলং,18 মেঃ হামৰেণত আৰক্ষীৰ জালত দুই ভূৱা উগ্ৰপন্থী ৷ ধৃত উগ্ৰপন্থী দুজন হামৰেণ ৰংকাৰ্বি গাঁৱৰ টপাজ তেৰণ আৰু উমতেলী গাঁৱৰ জিৰচন তেৰাং ।

etv assam
হামৰেণত আৰক্ষীৰ জালত দুই ভূৱা উগ্ৰপন্থী

বিগত কেইবামাহ ধৰি ভূৱা চিমকাৰ্ড ব্যবহাৰ কৰি যুৱক দুজনে বিভিন্ন উগ্ৰপন্থী সংগঠনৰ নামত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন চাকৰিয়াল আৰু ব্যৱসায়ীক ধন দাবীৰে ত্ৰাস সৃষ্টি কৰি আহিছিল দুয়োজন যুৱকে ।

Intro:nullBody:হামৰেণ আৰক্ষীৰ জালত দুই ভুঁৱা উগ্ৰপন্থী।
ধৃত উগ্ৰপন্থী দুজন হামৰেণ ৰংকাৰ্বি গাঁৱৰ টপাজ তেৰণ আৰু উমতেলী গাঁৱৰ জিৰচন তেৰাং।
বিগত কেইবা মাহ ধৰি ভুঁৱা চিম ব্যবহাৰ কৰি যুবক দুজনে বিভিন্ন উগ্ৰপন্থী সংগঠনৰ নামত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন চাকৰিয়াল,ব্যবসায়ীক ধন দাবীৰে ত্ৰাস সৃষ্টি কৰি আহিছিল।Conclusion:null
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.