ETV Bharat / state

ডিফু আদালতত সংবিধান দিৱস পালন

author img

By

Published : Nov 26, 2020, 6:04 PM IST

কার্বি আংলং জিলা ন্যায় সেৱা প্রাধিকৰণৰ উদ্যোগত বৃহস্পতিবাৰে ডিফুৰ ন্যায় সেৱা আদালতত সংবিধান দিৱস পালন কৰা হয় । এই উপলক্ষে ডিফু আইন মহাবিদ্যালয়ব সৈতে হােৱা ৱেবিনাৰত ভাৰতীয় সংবিধান সম্পর্কীয় বিভিন্ন বিষয় আলােকপাত কৰি পর্যালােচনা কৰা হয় ।

CONSTITION DAY AT DIPHU
ডিফু আদালতত সংবিধান দিৱস পালন

ডিফু, ২৬ নবেম্বৰঃ কার্বি আংলং জিলা ন্যায় সেৱা প্রাধিকৰণৰ উদ্যোগত বৃহস্পতিবাৰে ডিফুৰ ন্যায়িক আদালতত সংবিধান দিৱস পালন কৰা হয় । এই উপলক্ষে জিলা আৰু চেছন ন্যায়াধীশ আব্দুল হেকিমে ইংৰাজীত আৰু অতিৰিক্ত জিলা আৰু চেছন ন্যায়াধীশ কল্যাণজিৎ শইকীয়াই অসমীয়াত ন্যায়িক বিষয়া কৰ্মী সকলক ভাৰতীয় সংবিধানৰ প্রস্তাৱনা পাঠ কৰায় ৷

CONSTITION DAY AT DIPHU
সংবিধানৰ প্রস্তাৱনা পাঠ কৰাৰ সময়ত

অনুষ্ঠানৰ আদৰণি ভাষণ দিয়ে জিলা ন্যায় সেৱা প্রাধিকৰণৰ সম্পাদক নাগিব আহমেদে । উক্ত সভাতে ডিফু আইন মহাবিদ্যালয়ব সৈতে হােৱা ৱেবিনাৰত ভাৰতীয় সংবিধান সম্পর্কীয় বিভিন্ন বিষয় আলােকপাত কৰি পর্যালােচনা কৰা হয় ।

লগতে পঢ়কঃঢেকীয়াজুলিত পথ দুৰ্ঘটনা : থিতাতে নিহত দুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.