ETV Bharat / state

জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা কাঢ়ি লোৱা কাৰ্যক এ এছ ডিচিৰ গৰিহণা - অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি

সংবিধানৰ ৩৭০ আৰু ৩৫(ক) অনুসৰি জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা বাতিল কৰি কাশ্মীৰ উপত্যকাত এক যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি কৰাৰ কাৰ্যক তীব্ৰ গৰিহণা দিছে কাৰ্বিআংলঙৰ প্ৰধান বিৰোধী আঞ্চলিক দল অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচিয়ে ৷

জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা কাঢ়ি লোৱা কাৰ্যক এএছডিচিৰ গৰিহণা
author img

By

Published : Aug 6, 2019, 10:43 PM IST

ডিফু,৬ আগষ্টঃ

  • জম্মু-কাশ্মীৰত সংবিধানৰ ৩৭০ ধাৰা বাতিল কাৰ্যক গৰিহণা কাৰ্বি আংলঙৰ প্ৰধান বিৰোধী আঞ্চলিক দল অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচিৰ
  • এক সংবাদমেল অনুষ্ঠিত কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এএছডিচিৰ সভাপতি হলিৰাম তেৰাঙে
  • নিৰাপত্তাৰক্ষী মোতায়েন কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এনে পদক্ষেপক গৰিহণা হলিৰাম তেৰাঙৰ
  • অনাগত দিনত পাহাৰীয়া ৰাইজক ঐক্যবদ্ধভাৱে স্বায়ত্ত ৰাজ্যৰ বাবে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন চলাই নিবলৈ আহ্বান তেৰাঙৰ

Intro:জম্মু- কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা কাঢ়ি লোৱা কাৰ্যক এএছডিচিৰ গৰিহণা

************************* গণতন্ত্ৰক হত্যা কৰা হৈছে---- হলিৰাম তেৰাং

ডিফু,৬ আগষ্ট:- সংবিধানৰ ৩৭০ আৰু ৩৫( ক) অনুসৰি জম্মু আৰু কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা বাতিল কৰি কাশ্মীৰ উপত্যকাত এক যুদ্ধ সদৃশ পৰিবেশ সৃষ্টি কৰাৰ কাৰ্যক তীব্ৰ গৰিহণা দিছে কাৰবি আংলঙৰ প্ৰধান বিৰোধী আঞ্চলিক দল অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচিয়ে ৷ আজি বিয়লি এক সংবাদমেল যোগে এএছডিচিৰ সভাপতি হলিৰাম তেৰাঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়যে, যদিহে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্য পুণৰ গঠনৰ পৰিকল্পনা আছিল তেনে হলে দীৰ্ঘ দিনৰ পৰা পাৰ্বত্য জিলাই ষষ্ঠ অনুসূচীৰ সংবিধান প্ৰদত্ত স্বায়ত্ত ৰাজ্যৰ দাবী কিয় পূৰণ কৰা নহ'ল ? মাজনিশাৰ ৰাজনীতিৰে নিৰ্বাচিত জন বন্দী কৰি, কাশ্মীৰৰ সাধাৰণ জনতাক বহি: ৰাজ্যৰ পৰা বিচ্ছিন্ন কৰি, অৰ্দ্ধ লক্ষাধিক অতিৰিক্ত নিৰাপত্তা ৰক্ষী মোতায়ন কৰি লুকাই চুৰকৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এনে পদক্ষেপক গৰিহণা দিছে হলিৰাম তেৰাঙে ৷ আনাগত দিনত পাহাৰীয়া ৰাইজক ঐক্যবদ্ধ বাবে স্বায়ত্ত ৰাজ্যৰ বাবে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অধিক সক্ৰিয়ভাবে আন্দোলন চলাই নিবলৈ আহ্বান জনায় ৷

ছাইদুল ইছলাম, ডিফুBody:*************------Conclusion:******************
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.