ডিফু, 8 চেপ্তেম্বৰঃ আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত শনিবাৰে বকলীয়াঘাট নগৰৰ মাজেৰে এক জোৰ সমদল উলিওৱা হয় । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে জিতু ফুকন আৰু অপূৰ্ব দাসৰ নেতৃত্বত ছাত্ৰ সংগঠনটোৰ ভালেসংখ্যক কৰ্মীয়ে প্ৰতিবাদী সমদলটোত অংশগ্ৰহণ কৰে । আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰক, আমাৰ দাবী মানিবই লাগিব, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ, এই জুই জ্বলিছে জ্বলিবই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৰ সদস্য সকলে ৷ সংগঠনটোৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু কলিতাই জোৰ সমদলৰ আৰম্ভণিতে প্ৰদান কৰা ভাষণত যুৱ ছাত্ৰ পৰিষদে যোৱা ৪২ বছৰে আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবী কৰি অহাৰ পিছতো চৰকাৰে ইয়াক কাৰ্যকৰী নকৰা বুলি কঠোৰ সমালোচনা কৰাৰ লগতে আন্তঃৰাজ্যিক পাৰপত্ৰ অবিহনে অসমত খিলঞ্জীয়াৰ নিৰাপত্তা সুনিশ্চিত নহয় বুলিও দাবী কৰে ছাত্ৰ নেতাগৰাকীয়ে ।
কাৰ্বি আংলঙত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল - আন্তঃৰাজ্যিক পাৰপত্ৰ
আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী জোঁৰ সমদল বকলীয়াঘাটত ৷ আন্তঃৰাজ্যিক পাৰপত্ৰৰ অবিহনে অসমত খিলঞ্জীয়াৰ নিৰাপত্তা সুনিশ্চিত নহয় বুলি দাবী ৷
ডিফু, 8 চেপ্তেম্বৰঃ আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত শনিবাৰে বকলীয়াঘাট নগৰৰ মাজেৰে এক জোৰ সমদল উলিওৱা হয় । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে জিতু ফুকন আৰু অপূৰ্ব দাসৰ নেতৃত্বত ছাত্ৰ সংগঠনটোৰ ভালেসংখ্যক কৰ্মীয়ে প্ৰতিবাদী সমদলটোত অংশগ্ৰহণ কৰে । আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰক, আমাৰ দাবী মানিবই লাগিব, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ, এই জুই জ্বলিছে জ্বলিবই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৰ সদস্য সকলে ৷ সংগঠনটোৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু কলিতাই জোৰ সমদলৰ আৰম্ভণিতে প্ৰদান কৰা ভাষণত যুৱ ছাত্ৰ পৰিষদে যোৱা ৪২ বছৰে আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবী কৰি অহাৰ পিছতো চৰকাৰে ইয়াক কাৰ্যকৰী নকৰা বুলি কঠোৰ সমালোচনা কৰাৰ লগতে আন্তঃৰাজ্যিক পাৰপত্ৰ অবিহনে অসমত খিলঞ্জীয়াৰ নিৰাপত্তা সুনিশ্চিত নহয় বুলিও দাবী কৰে ছাত্ৰ নেতাগৰাকীয়ে ।
ডিফু ৭ ছেপ্টেম্বৰ : আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আজি বকলীয়াঘাট নগৰৰ মাজেৰে এক জোৰ সমদল উলিওৱা হয় । পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে জিতু ফুকন আৰু অপূৰ্ব দাসৰ নেতৃত্বত ছাত্ৰ সংগঠনটোৰ ভালেসংখ্যক কৰ্মীয়ে আজিৰ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে 'আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰক’, আমাৰ দাবী মানিবই লাগিব, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ, এই জুই জ্বলিছে জ্বলিবই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। সংগঠনটোৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু কলিতাই জোৰ সমদলৰ আৰম্ভণিতে প্ৰদান কৰা ভাষণত যুৱ ছাত্ৰ পৰিষদে যোৱা ৪২ বছৰে আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবী কৰি অহাৰ পিছতো চৰকাৰে ইয়াক কাৰ্যকৰী নকৰা বুলি কঠোৰ সমালোচনা কৰে । আন্তঃৰাজ্যিক পাৰপত্ৰ অবিহনে অসমত খিলঞ্জীয়াৰ নিৰাপত্তা সুনিশ্চিত নহয় বুলিও লগতে দাবী কৰে ছাত্ৰ নেতাগৰাকীয়ে ।
ছাইদুল ইছলাম,ডিফু৷Body:******Conclusion:***-*-