ETV Bharat / state

ৰঙিয়াত বিশ্ব প্ৰতিবন্ধী দিৱস পালন

author img

By

Published : Dec 4, 2020, 1:32 PM IST

বৃহস্পতিবাৰে ৰঙিয়াত বিশ্ব প্ৰতিবন্ধী দিৱসৰ সৈতে সংগতি ৰাখি ‘মিছন হেঁপাহ’ নামৰ এটি শিবিৰৰ শুভাৰম্ভণি কৰা হয় । কামৰূপ (গ্ৰাম্য) জিলা সমাজ কল্যাণ বিভাগ আৰু প্ৰশাসনৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

world disability day celebrated in rangia
ৰঙিয়াত বিশ্ব প্ৰতিবন্ধী দিৱস পালন

ৰঙিয়া,4 ডিচেম্বৰ : বৃহস্পতিবাৰে সমগ্ৰ বিশ্বৰ লগতে ৰঙিয়াতো পালন কৰা হয় বিশ্ব প্ৰতিবন্ধী দিৱস ৷ এই দিৱসৰ লগত সংগতি ৰাখি কামৰূপ (গ্ৰাম্য) জিলা সমাজ কল্যাণ বিভাগ আৰু প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এক অনুষ্ঠানত দিব্যাংগসকলৰ বাবে ‘মিছন হেঁপাহ’ নামৰ এটি শিবিৰৰ শুভাৰম্ভণি কৰা হয় ।

এই শিবিৰৰ দ্বাৰা বিশেষভাৱে সক্ষম ব্যক্তি সকলক চিনাক্ত কৰা হয় । শিবিৰটোত জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিশেষভাৱে সক্ষম লোকসকল উপস্থিত থাকে । তেওঁলোকক চিকিৎসকৰ হতুৱাই পৰীক্ষা কৰি প্ৰমাণ পত্ৰ দিয়া হয় । উল্লেখ্য যে, এই প্ৰমাণ পত্ৰৰ দ্বাৰা তেওঁলোকে বিভিন্ন চৰকাৰী সা-সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব ।

লগতে পঢ়ক : কংগ্ৰেছ আৰু এআইইউডিএফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি : মুখ্যমন্ত্ৰী সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.