ETV Bharat / state

ছয়গাঁৱত সৰ্প দংশনত মহিলাৰ মৃত্যু - পূৰ্ণিমা সাউদ

ছয়গাঁৱৰ নিকটৱৰ্তী নতুন জাৰাবাৰী গাঁৱত এগৰাকী মহিলাৰ সৰ্প দংশনত মৃত্যু হয় ৷ মৃত মহিলা গৰাকী পুলিন সাউদৰ পত্নী পূৰ্ণিমা সাউদ ৷

ছয়গাঁৱত সৰ্প দংশনত মহিলাৰ মৃত্যু
author img

By

Published : Sep 8, 2019, 2:55 PM IST

ছয়গাঁও, 8 ছেপ্টেম্বৰঃ শনিবাৰে নিশা ছয়গাঁৱৰ নিকটৱৰ্তী নতুন জাৰাবাৰী গাঁৱত এগৰাকী মহিলাৰ সৰ্প দংশনত মৃত্যু হয় ৷ মৃত মহিলা গৰাকী পুলিন সাউদৰ পত্নী পূৰ্ণিমা সাউদ বুলি জানিব পৰা গৈছে৷

ছয়গাঁৱত সৰ্প দংশনত মহিলাৰ মৃত্যু

শনিবাৰে নিশা মহিলা গৰাকী ঘৰুৱা কামত ঘৰৰ সন্মুখৰ বাটলৈ ওলাই আহোতে হঠাৎ এডাল বিষাক্ত সাপে তেওঁক দংশন কৰে৷ নিশাই ততাতৈয়াকৈ মহিলা গৰাকীক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মহিলা গৰাকীক মৃত বুলি ঘোষণা কৰে৷

Intro:ছয়গাঁৱৰ নতুন জাৰাবাৰীত এগৰাকী মহিলাৰ সৰ্প দংশনত মৃত্যু হয় ৷ Body:ছয়গাঁও ৮ ছেপ্টেম্বৰ : ছয়গাঁৱৰ নিকটৱৰ্তী নতুন জাৰাবাৰী গাঁৱৰ এগৰাকী মহিলাৰ সৰ্প দংশনত মৃত্যু হয় ৷ মৃত মহিলা গৰাকী হ’ল পূৰ্ণিমা সাউদ ৷ জানিবপৰমতে পৰা পুলিন সাউদৰ পত্নী পূৰ্ণিমা সাউদে শনিবাৰে নিশা প্ৰায় ৮ মান বজাত ঘৰুৱা কামত ঘৰৰ সন্মুখৰ বাটলৈ ওলাই আহোতে হঠাৎ এডাল বিষাক্ত সাপে দংশন কৰে ৷ লগে লগে নিশাই মহিলা গৰাকীক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মহিলা গৰাকী মৃত বুলি ঘোষণা কৰে ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.