ETV Bharat / state

গুৱাহাটী ৰে'লৱে ষ্টেচনত গাঞ্জাসহ গ্ৰেপ্তাৰ 2 জন - গুৱাহাটী ৰে'লৱে ষ্টেচনত গাঞ্জাসহ গ্ৰেপ্তাৰ 2 জন

গুৱাহাটী ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত তিনিটাকৈ বেগ উদ্ধাৰ ৷ জব্দকৃত গাঞ্জাখিনি ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখে নি আছিল ধৃত দুই সৰবৰাহকাৰীয়ে ।

জব্দকৃত গাঞ্জাখিনি
author img

By

Published : Oct 31, 2019, 1:19 PM IST

গুৱাহাটী, 31অক্টোবৰঃ বৃহস্পতিবাৰে পুৱা গুৱাহাটী ৰে'ল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰে'লৰ কোচ নম্বৰ H1-Cৰ 09 আৰু 10 নম্বৰ চিটৰ তলৰ পৰা গাঞ্জাৰ তিনিটাকৈ বেগ উদ্ধাৰ কৰে। উদ্ধাৰ কৰা বেগৰ পৰা আৰক্ষীয়ে 14 কিলোগ্ৰাম ওজনৰ গাঞ্জা জব্দ কৰে। ইপিনে এই গাঞ্জাখিনি সৰবৰাহ কৰা দুই অভিযুক্ত আকানু এন ৱেপ্থ' নামৰ এজন যুৱক আৰু ইনাটলি ঝিমনী নামৰ এগৰাকী নগা যুৱতীক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে জব্দকৃত গাঞ্জাখিনি ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখে নি আছিল ধৃত দুই সৰবৰাহকাৰীয়ে।

গুৱাহাটী ৰে'লৱে ষ্টেচনত গাঞ্জাসহ গ্ৰেপ্তাৰ 2 জন

লগতে পঢ়কঃবৃহস্পতিবাৰৰ পৰা গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

Intro:গুৱাহাটী ৰেলৱে ষ্টেচনত গাঞ্জাসহ গ্ৰেপ্তাৰ দুজন

Body:বৃহস্পতিবাৰে পুৱা গুৱাহাটী ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰেলৰ কোচ নমম্বৰ H1-C ৰ 09 আৰু 10 নমম্বৰ চিটৰ তলৰ পৰা গাঞ্জাৰ তিনটা বেগ উদ্ধাৰ কৰে। উদ্ধাৰ কৰা বেগৰ পৰা আৰক্ষীয়ে 14 কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। গাঞ্জা সৰবৰাহ কৰা দুই অভিযুক্ত Akano N Yeptho নামৰ যুৱক ( 19 নাগালেণ্ড) আৰু Inatoli Zhimoni ( 25 নাগালেণ্ড) এগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰে। জব্দকৃত গাঞ্জাখিনি ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখে লৈ গৈ আছিল গ্ৰেপ্তাৰিত দুই সৰবৰাহকাৰী।

Conclusion:পূৰ্বেও গুৱাহাটী ৰেল আৰক্ষীয়ে বহু নিচা যুক্ত সামগ্ৰী জব্দ কৰিছে । ইয়াৰ দ্বাৰাই প্ৰমান হৈছে যে বৰ্তমানেও গুৱাহাটী ৰেল ষ্টেচনত এই সৰবৰাহ অব্যাহত আছে ।

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.