ETV Bharat / state

অষ্টম মৃত্যুবাৰ্ষিকীত মিৰ্জাত সোঁৱৰণ ‘মামৰে ধৰা তৰোৱাল’ৰ শ্ৰষ্টাক

author img

By

Published : Nov 29, 2019, 7:33 PM IST

অসমৰ চিৰনমস্য সাহিত্যিক ডঃ মামণি ৰয়চম গোস্বামীক সোঁৱৰি মিৰ্জাত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ৷

Tribute to Mamani Raisom Goswami of her 8th death anniversary
অষ্টম মৃত্যুবাৰ্ষিকীত মিৰ্জাত সোঁৱৰণ ড৹ মামণি ৰয়চম গোস্বামীক

দক্ষিণ কামৰূপ/আজাৰা, 29 নৱেম্বৰঃ অষ্টম মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি সোঁৱৰণ ‘দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা’ৰ শ্ৰষ্টাক ৷ মিৰ্জাত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত জ্ঞানপীঠ বঁটা বিজয়ী অসমৰ চিৰনমস্য সাহিত্যিক মামণি ৰয়চম গোস্বামীৰ সোঁৱৰণত অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ ৷ তেখেতৰ সোঁৱৰণত 2000 গছি বন্তি প্ৰজ্বলন কৰাৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা,নাম-প্ৰসংগ আদি অনুষ্ঠানেৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া,পলাশবাৰী সংলগ্ন বিষয়াৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অষ্টম মৃত্যুবাৰ্ষিকীত মিৰ্জাত সোঁৱৰণ ড৹ মামণি ৰয়চম গোস্বামীক

আনহাতে 2011 চনৰ 29 নৱেম্বৰত ইহলীলা সম্বৰণ কৰা তেখেতৰ স্মৃতিত 2016 চনত চৰকাৰে মিৰ্জাৰ চ'কতো মামণি ৰয়চম গোস্বামী চ'ক হিচাপে নামকৰণ কৰি তাত তেওঁৰ স্মৃতি বিজড়িত এখন উদ্যান নিৰ্মাণৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু বৰ্তমানলৈকে প্ৰতিফলিত হৈ উঠা নাই ৷ চৰকাৰক এই স্মৃতি ৰক্ষা সন্দৰ্ভত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই অতিশীঘ্ৰেই ব্যৱস্থা ল’বলৈ আহ্বান জনায় ৷

আৰু পঢ়কঃ প্ৰশ্নকাকত বিসংগতিৰ তদন্ত ঘোষণা গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

Intro:মিৰ্জাত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপন অষ্টম বাৰ্ষিক মৃত্যু দিৱস ।
Body:Ocvo...দক্ষিণ কামৰূপৰ গৌৰৱ তথা অসমৰ সুযোগ্য সন্তান জ্ঞানপীঠ বটা বিজয়ী মামণি ৰয়চম গোস্বামীৰ আজি মৃত্যুবাৰ্ষিকি । ২০১১ চনৰ আজিৰ দিনতে জ্ঞানপীঠ বটা বিজয়ী মামণি ৰয়চম গোস্বামী অসমবাসীক কন্দুৱাই গুচি গৈছিল কোনো নিজান দেশলৈ বুলি । আজি মামণি ৰয়চম গোস্বামীৰ অষ্টম বাৰ্ষিক মৃত্যু দিৱস । দক্ষিণ কামৰূপৰ জীয়ৰি মামণি ৰয়চম গোস্বামীৰ স্মৃতি জীয়াই ৰখা আৰু শ্ৰদ্ধা দিয়াৰ উদ্দেশ্যৰে আজি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই মিৰ্জাত অনুস্থিত কৰিলে 'শ্ৰদ্ধাঞ্জলি অনুষ্ঠান' । পুৱাই মিৰ্জাৰ মামণি ৰয়চম গোস্বামী চ'কত চাফাই অভিযান,শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,সৰ্বধমীয় প্ৰাৰ্থনা,নাম প্ৰসঙ্গ আৰু সন্ধিয়া ২০০০ গছি বন্তি প্ৰজ্বলন কৰাৰ অনুস্থান হাতত লৈছে । আনহাতে ২০১৬চনতে চৰকাৰে মিৰ্জাৰ চ'কতো মামণি ৰয়চম গোস্বামী চ'ক হিচাপে নামাকৰণ কৰা হৈছিল আনকি চ'কটোৰ দুয়োকাষে জ্ঞানপীঠ বটা বিজয়নীৰ স্মৃটিত পাৰ্ক নিৰ্মান কৰাৰ কথা আছিল কোনো কেৱল নামতহে হৈ থাকিল কামত বৰ্তমানলৈ কোনো খোজ আগবঢ়াই নাই চ'কটোৰ । চৰকাৰক এই স্মৃতি ৰক্ষাৰ সন্দৰ্ভত অতিসীঘ্ৰে ব্যৱস্থা ল'বলৈ আহ্বান জনাই দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই । Conclusion:এই মৃত্যুবাৰ্ষিকি অনুস্থানত পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া,পলাশবাৰী সংলগ্ন বিষয়াৰ লগতে বহুতো বিশিষ্ট ব্যক্তি ।

Bite..দক্ষিণ কামৰূপ ছাত্ৰ সন্থা ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.