ETV Bharat / state

মাত্ৰ দুদিন ! পুনৰ ৰঙাঘৰলৈ অপৰাধী

শুকুৰবাৰে নিশা চলোৱা এই অভিযানত কৃষ্ণ ৰয়ৰ লগতে ৰাজু লহকৰ আৰু ছন্দ বিশ্বাস নামৰ তিনিটা গভাইত চোৰক আটক কৰে আৰক্ষীয়ে ৷

মহানগৰীত গ্ৰেপ্তাৰ চোৰ,
author img

By

Published : Mar 24, 2019, 12:11 AM IST

গুৱাহাটী,23 মাৰ্চ::মহানগৰীৰভঙাগড় আৰক্ষী থানা আৰু অপৰাধ শাখাৰ এক বিশেষ অভিযানত গ্ৰেপ্তাৰহয় তিনিটা চোৰ ৷ শুকুৰবাৰে নিশা চলোৱা এই অভিযানতকৃষ্ণ ৰয়ৰ লগতে ৰাজু লহকৰ আৰু ছন্দ বিশ্বাস নামৰ তিনিটা গভাইত চোৰক আটক কৰে আৰক্ষীয়৷ তথ্য অনুসৰি কৃষ্ণ ৰয় নামৰ ধৃত চোৰটো জেলৰ পৰা ওলোৱাৰ দুদিনৰ পিচতেৰাজু লহকৰৰ লগত পুনৰ চুৰি কাৰ্যত লিপ্ত হৈছিল যদিও ধৰা পৰে আৰক্ষীৰ হাতত ৷ ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাটাও মোবাইল ফোন লেপটপ ।

মহানগৰীত গ্ৰেপ্তাৰচোৰ

Intro:মহানগৰীত ভঙাগড় থানা আৰু ক্ৰাইম ব্ৰঞ্চৰ অভিযান।
জেলৰ পৰা ওলোৱা অপৰাধী পুনৰ নামি পৰিছে চুৰি বিদ্যাত।
15 দিন পূৰ্বে জেলৰ পৰা ওলাইছিল কৃষ্ণ ৰয় নামৰ গভাইত চুৰ।

Body:শুকুৰবাৰে নিশা বিশেষ অভিযান চলাই গ্ৰেপ্তাৰ কৰে কৃষ্ণ ৰয় লগতে ৰাজু লহকৰ আৰু ছন্দ বিশ্বাসক।
কৃষ্ণ ৰয় জেলৰ পৰা ওলোৱাৰ দুদিনমানৰ পিছতে ৰাজু লহকৰ লগ হৈ চুৰি কাৰ্য চলাইছিল যদিও অৱশেষত ধৰা পৰে আৰক্ষীৰ হাতত।
তেওঁলোকৰ পৰা ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাটাও মোবাইল ফোন লেপটপ।

Conclusion:visual send by FTP
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.