গুৱাহাটী, 13 ছেপ্টেম্বৰ: উত্তৰ গুৱাহাটীত প্ৰদূষণযুক্ত শিল ভজা উদ্যোগকক লৈ উত্তপ্ত পৰিস্থিতি ৷ শুকুৰবাৰে বিতৰ্কিত উদ্যোগটোত হঠাৎ আহি উপস্থিত হয় শতাধিক স্থানীয় পুৰুষ-মহিলা ৷ লগতে ৰাজহুৱা অভিযোগৰ ভিত্তিত চজমিন তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰণৱ গোস্বামী ৷ সম্ভাব্য বিপদৰ আশংকাত মোতায়েন কৰা হয় আৰক্ষীৰ লোক ৷ চক্ৰ বিষয়াৰ উপস্থিতিত ক্ষোভ উজাৰি স্থানীয় ৰাইজৰ অভিযোগ, উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ, ৰংমহল, ৰূদ্ৰেশ্বৰকে ধৰি কেইবাখনো গাঁৱৰ প্ৰাকৃতিক পৰিবেশ বিনষ্ট কৰিছে কামৰূপ জিলা প্ৰশাসনৰ বিনা অনুমতিত স্থাপন কৰা 'হাইটেক' নামৰ জনস্বাস্থ্য বিৰোধী উদ্যোগটোৱে ৷ এনে প্ৰদূষণযুক্ত ধোৱা নিৰ্গত হোৱা উদ্যোগটোৰ ফলত অঞ্চলবাসীৰ শৰীৰত বিভিন্ন ধৰণৰ চৰ্ম ৰোগে দেখা দিয়াৰো অভিযোগ উপস্থিত ৰাইজৰ ৷ উদ্যোগটো বন্ধ কৰি দিয়াৰ দাবী জনাই অন্যথা তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ'ৱ বুলি প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ তদন্তৰ বাবে শেহতীয়াকৈ বন্ধ কৰি ৰখা হৈছে বিতৰ্কিত উদ্যোগটো ৷
উত্তপ্ত উত্তৰ গুৱাহাটী, প্ৰশাসনৰ বিনা অনুমতিত স্থাপন জনস্বাস্থ্য বিৰোধী উদ্যোগ - উত্তৰ গুৱাহাটীত প্ৰদূষণযুক্ত শিল ভজা উদ্যোগকক লৈ উত্তপ্ত পৰিস্থিতি
উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ, ৰংমহল, ৰূদ্ৰেশ্বৰকে ধৰি কেইবাখনো গাঁৱৰ প্ৰাকৃতিক পৰিবেশ বিনষ্ট কৰিছে কামৰূপ জিলা প্ৰশাসনৰ বিনা অনুমতিত স্থাপন কৰা 'হাইটেক' নামৰ জনস্বাস্থ্য বিৰোধী উদ্যোগটোৱে ৷ এনে প্ৰদূষণযুক্ত ধোৱা নিৰ্গত হোৱা উদ্যোগটোৰ ফলত অঞ্চলবাসীৰ শৰীৰত বিভিন্ন ধৰণৰ চৰ্ম ৰোগে দেখা দিয়াৰো অভিযোগ উপস্থিত ৰাইজৰ ৷
![উত্তপ্ত উত্তৰ গুৱাহাটী, প্ৰশাসনৰ বিনা অনুমতিত স্থাপন জনস্বাস্থ্য বিৰোধী উদ্যোগ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4426040-thumbnail-3x2-polluted-industry.jpg?imwidth=3840)
গুৱাহাটী, 13 ছেপ্টেম্বৰ: উত্তৰ গুৱাহাটীত প্ৰদূষণযুক্ত শিল ভজা উদ্যোগকক লৈ উত্তপ্ত পৰিস্থিতি ৷ শুকুৰবাৰে বিতৰ্কিত উদ্যোগটোত হঠাৎ আহি উপস্থিত হয় শতাধিক স্থানীয় পুৰুষ-মহিলা ৷ লগতে ৰাজহুৱা অভিযোগৰ ভিত্তিত চজমিন তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰণৱ গোস্বামী ৷ সম্ভাব্য বিপদৰ আশংকাত মোতায়েন কৰা হয় আৰক্ষীৰ লোক ৷ চক্ৰ বিষয়াৰ উপস্থিতিত ক্ষোভ উজাৰি স্থানীয় ৰাইজৰ অভিযোগ, উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ, ৰংমহল, ৰূদ্ৰেশ্বৰকে ধৰি কেইবাখনো গাঁৱৰ প্ৰাকৃতিক পৰিবেশ বিনষ্ট কৰিছে কামৰূপ জিলা প্ৰশাসনৰ বিনা অনুমতিত স্থাপন কৰা 'হাইটেক' নামৰ জনস্বাস্থ্য বিৰোধী উদ্যোগটোৱে ৷ এনে প্ৰদূষণযুক্ত ধোৱা নিৰ্গত হোৱা উদ্যোগটোৰ ফলত অঞ্চলবাসীৰ শৰীৰত বিভিন্ন ধৰণৰ চৰ্ম ৰোগে দেখা দিয়াৰো অভিযোগ উপস্থিত ৰাইজৰ ৷ উদ্যোগটো বন্ধ কৰি দিয়াৰ দাবী জনাই অন্যথা তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ'ৱ বুলি প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ তদন্তৰ বাবে শেহতীয়াকৈ বন্ধ কৰি ৰখা হৈছে বিতৰ্কিত উদ্যোগটো ৷
👉🏾উত্তৰ গুৱাহাটীত প্ৰদূষণযুক্ত শিল ভজা উদ্যোগকক লৈ উত্তপ্ত পৰিস্থিতি ।
👉🏾হঠাৎ শতাধিক পুৰুষ-মহিলা উপস্থিত হ'ল বিতৰ্কিত উদ্যোগটোত ।
👉🏾ৰাজহুৱা অভিযোগৰ চৰজমিন তদন্তৰ বাবে আহিল উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ।
Body:উত্তৰ গুৱাহাটীত প্ৰদূষণযুক্ত শিল ভজা উদ্যোগকক লৈ উত্তপ্ত পৰিস্থিতি ।হঠাৎ শতাধিক পুৰুষ-মহিলা আহি উপস্থিত হ'ল বিতৰ্কিত উদ্যোগটোত ।ৰাজহুৱা অভিযোগৰ ভিত্তিত চৰজমিন তদন্তৰ বাবে আহি উপস্থিত হল উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া
প্ৰণৱ গোস্বামী।সম্ভাব্য বিপদৰ আশংকাত মোতায়েন কৰা হ'ল আৰক্ষীৰ লোক ।চক্ৰ বিষয়াৰ উপস্থিতত ক্ষোভ উজাৰিলে ৰাইজে ।বিতৰ্কিত উদ্যোগে বিপদ মাতিছে গঞাৰ ।উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ , ৰংমহল , ৰূদ্ৰেশ্বৰকে ধৰি কেইবাখনো গাৱৰ প্ৰাকৃতিক পৰিবেশ বিনষ্ট । হোৱা অভিযোগ ৰাইজৰ লগতে মানুহৰ শৰীৰত সৃষ্টি হৈছে চৰ্ম ৰোগকে ধৰি বিভিন্ন ৰোগৰ ।Conclusion:
কামৰূপ জিলা প্ৰশাসনৰ বিনা অনুমতিত 'হাইটেক' নামৰ কম্পেনিটোৱে স্হাপন কৰিছে জনস্বাৰ্থবিৰোধী উদ্যোগটো ।ৰাইজৰ দাবী উঠাই নিয়ক উদ্যোগটো ।
অন্যথা গঢ়ি তোলা হ'ৱ তীব্ৰ প্ৰতিৰোধ ।তদন্তৰ বাবে শেহতীয়াকৈ বন্ধ কৰা হ'ল বিতৰ্কিত উদ্যোগটো ।