ৰঙিয়া,10 মে’ : ৰঙিয়াৰ আদৰ্শ চিকিৎসালয়ত কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ সন্দেহত দহজন ব্যক্তিক কোৱাৰেণ্টাইন কৰা হৈছে ৷ প্ৰকৃততে বিগত তিনিদিন পূৰ্বে কামৰূপৰ চাংসাৰিত এজন ব্যক্তি কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল ৷ উক্ত ব্যক্তিজনৰ সংস্পৰ্শলৈ অহাৰ বাবে লোককেইজনক কোৱাৰেণ্টাইন কৰা হৈছে ।
লগতে চাওকঃ দীঘলীয়া লক্ ডাউনঃ চূড়ান্ত সিদ্ধান্ত ল'লে ৰিক্সাচালকে !