ETV Bharat / state

দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান

মিৰ্জাত চলি থকা আৱাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহত বিভিন্ন ক্ষেত্ৰত সুনাম কঢ়িওৱা পাঁচ জন লোকক সম্বৰ্ধনা জ্ঞাপন কৰে দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই ৷

author img

By

Published : Sep 26, 2019, 7:17 PM IST

দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান

আজাৰা, 26 ছেপ্টেম্বৰঃ মিৰ্জাত বৃহস্পতিবাৰে বিভিন্ন ক্ষেত্ৰত সুনাম কঢ়িওৱা পাঁচজন লোকক সম্বৰ্ধনা জ্ঞাপন কৰে দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই ৷ মিৰ্জাত চলি থকা আৱাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহত এই সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত হয় ৷ সম্বৰ্ধনা জনোৱা ব্যক্তি সকল হৈছে বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়, ইতিহাস থিয়েটাৰৰ প্ৰযোজকদ্বয় ক্ৰমে অখিল কলিতা আৰু সুভাষ দাস ৷ এই থিয়েটাৰ সমূহে বিভিন্ন লোকক সংস্থাপন দিয়াৰ লগতে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনকো সবল কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় ৷ সেয়ে থিয়েটাৰৰ প্ৰযোজক সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় বুলি জানিবলৈ দিয়ে দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ বিষয়া সকলে ৷

ইয়াৰোপৰি থাই বক্সিঙত ৰাষ্ট্ৰীয় পৰ্যায়ত ৰূপৰ পদক কঢ়িয়াবলৈ সক্ষম হোৱা ডীপা ৰংপী নামৰ খেলুৱৈগৰাকীক সম্বৰ্ধনাৰ লগতে নগদ ধনৰেও পুৰস্কৃত কৰে ৷ আনহাতে প্ৰতিকুল বতৰকো নেওচি মিৰ্জাত মঞ্চস্থ কৰা হয় আৱাহন থিয়েটাৰৰ ' সন্ধ্যাতৰা ' নাটখন ।

লগতে চাব, আমষ্টাৰডামত অনুষ্ঠিত আইবিচি 2019ত পুৰস্কৃত ইটিভি ভাৰত

Intro:মিৰ্জাত ৫জন বিশেষ লোকক দক্ষিণ কামৰূপ ক্ৰীয়া সন্থাৰ সম্বৰ্ধনাৰ ।Body:Ocvo...মিৰ্জাত বিভিন্ন ক্ষেত্ৰত সুনাম কঢ়িওৱা ৫জন লোকক সম্বৰ্ধনা দক্ষিণ কামৰূপ ক্ৰীয়া সন্থাৰ । তেওলোকক উৎসাহ আৰু প্ৰেৰণা জগোৱাৰ উদ্দেশ্যে এই পদক্ষেপ দক্ষিণ কামৰূপ ক্ৰিয়া সন্থাৰ । বলিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাসৰ,অসমৰ বিভিন্ন ঠাইত সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা আৱাহন থিয়টাৰৰ প্ৰযোজক কৃষ্ণ ৰয়,মহানগৰীৰ সমীপৰ ৰাণীৰ ডীপা ৰংপী নামৰ খেলুৱৈ গৰাকীয়ে থাই বক্সিং খেলি ৰাষ্ট্ৰীয় পৰ্যায়ত ৰূপৰ পদক কঢ়িয়াবলৈ সক্ষম হোৱা,লগতে ইতিহাস থিয়টাৰৰ প্ৰযোজকদ্বয় অখিল কলিতা আৰু সুভাষ দাসক সম্বৰ্ধনা জনাই মিৰ্জাত চলি থকা আৱাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহত । লগতে বক্সিং খেলি অসমৰ সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা ডীপা ৰংপীক নগদ ধনৰেও পুৰস্কৃত কৰে । এই থিয়েটাৰ সমুহে বিভিন্ন লোকক সংস্থাপন দিয়াৰ লগতে সংস্কৃতিও জীয়াই ৰাখে আৰু থিয়টাৰ সমুহক নিমন্ত্ৰন দিয়া সংস্থা সমুহকো তাৰবাবে সম্বৰ্ধনা জনোৱা হয় থিয়েটাৰৰ প্ৰযোজকক ।Conclusion:আনহাতে প্ৰতিকুল বতৰকো নেওচি মিৰ্জাত মনস্থ হ'ল আৱাহন থিয়েটাৰৰ 'সন্ধ্যাতৰা' নাটখন ।

Bite1&2..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.