দক্ষিণ কামৰূপ,3 আগষ্ট :
- দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ সমীপৰ বৰতেজপুৰত পথ দুৰ্ঘটনা
- থিতাতে নিহত চাহাদত আলী নামৰ এজন আৰক্ষী বিষয়া
- AS 18 E 9251 নম্বৰৰ পালছাৰ মটৰ চাইকেলেৰে গোৱালপাৰা অভিমুখে গৈ আছিল আৰক্ষী বিষয়াজন
- মটৰ চাইকেলত গৈ থকা অৱস্থাত কোনো অচিনাক্ত বাহনে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা
- নিহত আৰক্ষীৰ লোক জন কোন ঠাইৰ হয় এতিয়ালৈ জানিব হোৱা নাই
- ঘটনাস্থলীত উপস্থিত পলাশবাৰী আৰক্ষী