ETV Bharat / state

দক্ষিণ কামৰূপ মহাবিদ্যালয়ত গ্ৰাম্য পৰিবহণ বিভাগৰ পথ সুৰক্ষা সজাগতা অভিযান - road-safty

গাড়ী চলাওতে ল'বলগীয়া সাৱধানতা সন্দৰ্ভত ছাত্ৰী-ছাত্ৰীক উদ্দেশ্যি ভাষণ প্ৰদান পৰিবহণ বিষয়া, গৌতম দাসৰ

দক্ষিণ কামৰূপ মহাবিদ্যালয়ত গ্ৰাম্য পৰিবহণ বিভাগৰ পথ সুৰক্ষা সজাগতা অভিযান
author img

By

Published : Mar 20, 2019, 10:41 PM IST

গুৱাহাটী,20 মাৰ্চঃ গুৱাহাটী দক্ষিণ কামৰূপ মহাবিদ্যালয়ত গ্ৰাম্য পৰিবহণ বিভাগে পথ সুৰক্ষা সজাগতা সভাৰ অনুষ্ঠিত কৰে । পথ দুৰ্ঘটনা তথা পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ বিভাগে আয়োজন কৰে এই পথ সুৰক্ষা সজাগতা সভা ।

দক্ষিণ কামৰূপ মহাবিদ্যালয়ত গ্ৰাম্য পৰিবহণ বিভাগৰ পথ সুৰক্ষা সজাগতা অভিযান

পৰিবহণ বিভাগে2019 চনটো পথ সুৰক্ষা বৰ্ষ হিচাবে সংগতি ৰাখি নিজৰ লগতে আনকো কেনেকৈ বিপদ মুক্ত কৰি ৰাখিবলৈ, আৰু গাড়ী চলাওতে কি কি নিয়ম মানিব লাগে, এই বিষয়ে ছাত্ৰ ছাত্ৰী তথা পথযাত্ৰী সকলৰ উদ্দেশ্যে সভাত পৰিবহণ বিষয়া গৌতম দাসে ভাষণ প্ৰদান কৰে । সভাত উপস্থিত থাকে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ফণীন্দ্ৰ ঠাকুৰীয়া,অভিনেত্ৰী বিৰিণা চক্ৰৱৰ্ত্তী ,MVI জয় সিং ৰংভাৰ কে ধৰি কেইবাগৰাকীয় ও পৰিবহন বিষয়া । লগতে এখনি তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয় এই সজাগতা সভাত ।

Slug:-A_Kam_Road_Safety_Year_801-806_vis+bite_Ajay_Das

দক্ষিণ কামৰূপ মহাবিদ্যালয় ত পথ সুৰক্ষা সম্পৰ্কীয় সংহত শৈক্ষিক সজাগতা অভিযান ।

Vo… ৰাজ্যত সঘনাই বৃদ্ধি পাইছে পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাই যদি কোনোবাৰ কাঢ়িছে প্ৰাণ,কোনোবাক আকৌ চিৰকালৰ বাবে কৰিছে পংগু । সেয়ে পথ দুৰ্ঘটনা তথা পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি । পৰিবহণ বিভাগে২০১৯ চনটো পালন কৰা হৈছে পথ সুৰক্ষা বৰ্ষ হিচাবে । এই পথ সুৰক্ষা বৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে পথ সুৰক্ষা সজাগতা সভা । নিজৰ লগতে আনকো বিপদ মুক্ত কৰি ৰাখিবলৈ গাড়ী চলাওতে কি কি নিয়ম মানিব লাগে এই বিষয়ে কামৰূপ গ্ৰাম্য পৰিবহণ বিভাগৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰী সকলৰ বাবে এখনি সজাগতা সভা আয়োজন কৰে মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয় ত।এই সভাত উপস্থিত থাকে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ফণীন্দ্ৰ ঠাকুৰীয়া, কামৰূপ গ্রাম্যৰ পৰিবহন বিষয়া গৌতম দাস,অভিনেত্ৰী বিৰিণা চক্ৰৱৰ্তী,NVI জয় সিং ৰংভাৰ কে ধৰি কেইবাগৰাকীয় ও পৰিবহন বিষয়া ।

Bite1:-গৌতম দাস,পৰিবহন বিষয়া ।

   পৰিবহণ বিভাগৰ তথ্য অনুযায়ী ২০১৮বৰ্ষত চালকৰ অসাৱধানতা ফলত দুৰ্ঘটনা সংঘটিত হয় ৬৮৮ । ইয়াৰে ১৯২ জন মৃত্যু মুখত পৰে । চলিত বৰ্ষ ২০১৯ত এতিয়ালৈ দুৰ্ঘটনা সংঘটিত হয় ১৪১তা । ইয়াৰে ভিতৰত ৬৯ জন মৃত্যুৰ মুখত পৰে । আজিৰ এই সজাগতা সভাত যান বাহন চলাওতে ছাত্ৰ ছাত্ৰী সকলে যেন নীতি-নিয়ম মানি হেলমেট-ছিট বেল্ট আদি ব্যৱহাৰ কৰি দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাত সহায় কৰে তাৰ বাবে অনুৰোধ জনাই কামৰূপ গ্রাম্যৰ পৰিবহণ বিষয়া গৌতম দাসে । লগতে পথ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰী সকলোক প্ৰদৰ্শন কৰা হয় এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় ।

Bite2:- অভিনেত্ৰী বিৰিনা চক্ৰৱৰ্তী ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.