ETV Bharat / state

পুনৰ এন.আৰ.চি শুনানিৰ পৰা উভতি অহা পথত ভয়ংকৰ পথ দুৰ্ঘটনা

গোলাঘাটৰ পৰা এন.আৰ.চি শুনানি সম্পন্ন কৰি বকো ছয়গাওঁ অভিমুখে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই AS 01 EC 7665 নং ট্ৰেভেলাৰ খন 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনাত পতিত হয় ৷

author img

By

Published : Aug 6, 2019, 8:01 AM IST

পুনৰ এন.আৰ.চি শুনানিৰ পৰা উভতি অহা পথত ভয়াবহ দুৰ্ঘটনা

গুৱাহাটী, 6 আগষ্টঃ

গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী অঞ্চল ক্ষেত্ৰীৰ টেটেলিয়াত ভয়াবহ পথ দুৰ্ঘটনা ।

নিয়ন্ত্ৰণ হেৰুৱাই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা গছত প্ৰচণ্ড খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহি AS 01 EC 7665 নং ট্ৰেভেলাৰ ৷

গোলাঘাটৰ পৰা এন.আৰ.চি শুনানি সম্পন্ন কৰি বকো ছয়গাওঁ অভিমুখী উভতি আহি থকাৰ সময়তে সংঘটিত হয় এই পথ দুৰ্ঘটনা ।

দুৰ্ঘটনাত আহত 23 জনকৈ যাত্ৰী, 7 জনৰ অৱস্থা সংকটজনক ৷

আঘাতপ্ৰাপ্ত সকলো যাত্ৰীক ভৰ্তি কৰা হয় সোণাপুৰৰ জিলা চিকিৎসালয়ত ৷

Intro:ক্ষেত্ৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ২৩ জন অহাত

Body:গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী অঞ্চল ক্ষেত্ৰীৰ টেটেলিয়াত ভয়াবহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা গছত প্রচণ্ড খুন্দা মাৰি দুৰ্ঘটনাত পতিত হল যাত্ৰীবাহি AS 01 EC 7665 নং ট্ৰেভেলাৰ বাছ। অহাত 23 জনকৈ যাত্ৰী। গোলাঘাট পৰা বোকো চয়গাওঁ অভিমুখী আছিল ট্ৰেভেলাৰ বাছ। গোলাঘাটৰ পৰা NRC শুনানি সম্পন্ন কৰি উভতি আহি থকাৰ সময়ত হয় এই পথ দুৰ্ঘটনা। আঘাতপ্ৰাপ্ত সকলো যাত্ৰীক প্রেৰন কৰা হৈছে সোণাপুৰৰ জিলা চিকিৎসালয়ত। গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত ৭ জনক গুৱাহাটীৰ মেডিকেল কলেজ হস্পিতাললৈ প্রেৰন কৰা হৈছে। ৰাবিবাৰ নিশাৰ ঘটনাৰ বেদনা অন্ত নাযাওঁতে সোমাবাৰে মাজ নিশা পুনৰ সংঘটিত হল আন এক হ্ৰদয় বিদাৰক পথ দুৰ্ঘটনা।

Byte

Dl Assames and Hindi

Conclusion:Asrar Ansari
গুৱাহাটী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.