ETV Bharat / state

ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ সমাবেশ - SFI PROTEST AT GUWAHATI

ভাৰতৰ ছাত্ৰ ফেডাৰেচনে গুৱাহাটী বিশ্ববিদ্যালয়ক কৰি অহা দাবী সমূহ পূৰণৰ বাবে শুক্ৰবাৰে লক্ষীধৰ বৰা ক্ষেত্ৰত এখনি সভা অনুষ্ঠিত কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্যই এই দাবী সমূহ ভিত্তিত ছেমিষ্টাৰ চিষ্টেমৰ সমাধানৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যেৰে লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে

ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ সমাবেশ
author img

By

Published : Aug 30, 2019, 5:30 PM IST

গুৱাহাটী, 30 আগষ্টঃ ভাৰতৰ ছাত্ৰ ফেডাৰেচনে গুৱাহাটী বিশ্ববিদ্যালয়ক কৰি অহা দাবী সমূহ পূৰণৰ বাবে শুক্ৰবাৰে লক্ষীধৰ বৰা ক্ষেত্ৰত এখনি সভা অনুষ্ঠিত কৰে৷ দীৰ্ঘদিন ধৰি ভাৰতৰ ছাত্ৰ ফেডাৰেচনে বিশ্ববিদ্যালয়ৰ বিভিন্ন দিশৰ সংস্কাৰৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ আগত দাবী জনাই আহিছিল৷ ফেডাৰেচনৰ দাবী সমূহ আছিল-

1. পৰীক্ষা শেষ হোৱাৰ 45 দিনৰ ভিতৰত ফলাফল ঘোষণা

2.গ্ৰেডিং ব্যৱস্থাৰ আসোঁৱাহ সমূহ দূৰ কৰা

3. পুনৰ মুল্যাংকন তিনিস্তৰীয় ব্যৱস্থা উঠাই লোৱা

4. বেক উঠোৱাৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰোৱা

5. লগতে পৰ্যাপ্ত আন্তঃগাঁথনি আৰু শিক্ষক নোহোৱা লৈ CBCS ব্যৱস্থা বাতিল কৰা

ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ সমাবেশ

উল্লেখযোগ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্যই এই দাবী সমূহৰ ভিত্তিত ছেমিষ্টাৰ চিষ্টেমৰ সমাধানৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যেৰে লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ লগতে ভাৰতৰ ছাত্ৰ ফেডাৰেচনে দাবী সমূহ পূৰণৰ বাবে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক 30 দিনৰ সময় সীমা বান্ধি দিছে৷ যদিহে দাবী সমূহ 30 দিনৰ ভিতৰত পূৰণ নহয় তেন্তে পুনৰ আন্দোলন কাৰ্য্যসূচী হাতত লোৱাৰ কথা জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে৷

Intro: দীৰ্ঘদিন ধৰি ভাৰতৰ ছাত্ৰ ফেডাৰেচনে গুৱাহাটী বিশ্ববিদ্যালয়ক কৰি অহা দাবী সমূহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ই বিভিন্ন দিশ সংস্কাৰ হব বুলি আশ্বাস প্ৰদান কৰাৰ পিছতে এছ এফ আয়ে ছাত্ৰ সমাবেশ লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত কৰে এখনি সভা। ৩০ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ত হব লগা প্ৰতিবাদৰ পূৰ্বে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্যই ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ দাবী সমূহ গুৰুত্বসহকাৰে লোৱাৰ লগতে সকলো দিশ চালি জাৰি চোৱাৰ বাবে আশ্বাস প্ৰদান কৰে।
এছ এফ আইৰ দাবী সমূহ আছিল
1. পৰীক্ষা শেষ হোৱাৰ 45 দিনৰ ভিতৰত ফলাফল ঘোষণা।
2.গ্ৰেডিঙ ব্যৱস্থাৰ আসোঁৱাহ সমূহ দূৰ কৰা ।
3. পুনৰ মুল্যাংকন তিনিস্তৰীয় ব্যৱস্থা উঠাই লোৱা ।
4. বেক উঠোৱাৰ বাবে। বিশেষ পৰীক্ষা অনুষ্ঠিত কৰোৱা।
লগতে পৰ্যাপ্ত আন্তঃগাঁথনি আৰু শিক্ষক নোহোৱা লৈ cbcs ব্যৱস্থা বাতিল কৰা ।

Body:গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্যই দীৰ্ঘদিন ধৰি ভাৰতৰ ছাত্ৰ ফেডাৰেচনে দাবী কৰি অহা দাবী সমূহ ভিত্তিত ছেমিষ্টাৰ চিষ্টেমৰ সমাধানৰ পথ প্রশস্ত কৰাৰ উদ্দেশ্যেৰে লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
bite:- সভাপতি কাশ্যপ চৌধুৰী।
দীৰ্ঘদিন ধৰি ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ সভাপতি গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি বিভিন্ন সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই SFI বিৰুদ্ধে অপপ্ৰচাৰ কৰিছে।

Conclusion:লগতে ভাৰতৰ ছাত্ৰ ফেডাৰেচনে দাবী সমূহ পূৰণৰ বাবে 30 দিনৰ সময় সীমা বান্ধি দিছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক । যদিহে দাবী সমূহ 30 দিনৰ ভিতৰত পূৰণ নহয় তেন্তে পুনৰ আন্দোলন কাৰ্য্যসূচী হাতত লোৱাৰ কথা জানিবলৈ দিয়ে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.