ETV Bharat / state

হাজোত ছীল কৰিলে জাপিয়া বুঢ়াগোঁসাই থান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

author img

By

Published : May 20, 2020, 6:06 PM IST

কামৰূপ জিলা স্বাস্থ্য বিভাগে বুধবাৰে ছীল কৰে হাজোৰ জাপিয়া বুঢ়াগোঁসাই থান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ । COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা অমূল্য কলিতাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসা গ্ৰহণ কৰা বাবেই ছীল কেন্দ্ৰটো ।

হাজো
হাজোত ছীল কৰিলে জাপিয়া বুঢ়াগোঁসাই থান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

হাজো, ২০ মে': বুধবাৰে কামৰূপ জিলা স্বাস্থ্য বিভাগে ছীল কৰিলে হাজো স্বাস্থ্য বিভাগৰ অধীনস্থ জাপিয়া বুঢ়াগোঁসাই থান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ । মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ ৰঙিয়া মহকুমাৰ ন সত্ৰ গাঁৱৰ অমূল্য কলিতা ৰ মৃত্যুৰ সকলো তথ্য পোহৰলৈ অহা পাচতে চিকিৎসালয়খন ছীল কৰে জিলা স্বাস্থ্য বিভাগে ।

উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা অমূল্য কলিতাই জাপিয়া বুঢ়াগোঁসাই থান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা গ্ৰহণৰ বাবে গৈছিল । কিন্তু বেমাৰ বেমাৰ গুৰুতৰ হোৱাত তৎকালে উন্নত চিকিৎসাৰ ব্যব্যস্থ গ্ৰহণৰ বাবে পৰামৰ্শ দিছিল চিকিৎসকে । তাৰ ভিত্তিতে পৰিয়ালৰ লোকে অমূল্য কলিতাক GMCH লৈ যায় যদিও তাতে COVID-19ত আক্রান্ত হৈ মৃত্যু হয় ব্য়ক্তিজনৰ । যাৰ বাবে অমূল্য কলিতাৰ সংস্পৰ্শলৈ অহা চিকিৎসালয় খনৰ সকলো বোৰ স্বাস্থ্য কৰ্মীক স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু চিকিৎসালয় খন 14 দিনৰ বাবে ছীল কৰি দিয়া হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.