ETV Bharat / state

বকোত জব্দ কাঠ ফলা মিল সহ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

author img

By

Published : Nov 22, 2020, 9:55 AM IST

বন সুৰক্ষা বাহিনীৰ বিষয়া লক্ষেশ্বৰ দাসৰ নেতৃত্বত চলিছিল এই অভিযান ৷ অভিযান অব্যাহত ৰাখিছে বন বিভাগে ৷

saw-mill-and-wood-seized-at-boko
বকোত কাঠ ফলা মিল সহ বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

বকো, 22 নৱেম্বৰ: পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বামুণীগাঁও বন বিভাগ তথা বন সুৰক্ষা বাহিনীৰ নেতৃত্বত বকো আৰু ছয়গাঁও অঞ্চলত ব্যাপক অভিযান ৷ অভিযানত ইতিমধ্যেই জব্দ কৰা হৈছে বহু পৰিমাণৰ মূল্যবান গছৰ কুণ্ডাৰ লগতে বহু কেইটা কাঠ ফলা মেচিন ৷

শনিবাৰে নিশাও বকোৰ পলাশৰটাৰীৰ পৰা জব্দ এটা অবৈধ কাঠ ফলা মিল আৰু বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ বন সুৰক্ষা বাহিনীৰ বিষয়া লক্ষেশ্বৰ দাসৰ নেতৃত্বত চলিছিল এই অভিযান ৷ আনাগত দিনটো অভিযান অব্যাহত ৰখাৰ কথা জনালে বন বিভাগে ৷

লগতে পঢ়কঃচোৰাং ব্যৱসায় সন্দৰ্ভত সাংসদ ড৹ আৰ কে ৰঞ্জন সিংহৰ স্বীকাৰোক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.