গুৱাহাটী , ৬মাৰ্চ : বেচৰকাৰী সংস্থা সাতসৰীৰ উদ্যোগত ইণ্ডিয়া বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে ৩১মাৰ্চত মহানগৰীত সাতসৰীৰ উদ্যোগত আয়োজন কৰা হৈছে বিহু নৃত্যৰ কাৰ্যসূচীৰ । অনুষ্ঠানটোত ৭০০গৰাকী বিহুৱতী আৰু ১০০জন ঢুলীয়াই একেলেগে বিহু নৃত্য প্ৰদৰ্শন কৰা হ'ব ।
বিহু নৃত্যৰে বিশ্ব অভিলেখৰ প্ৰয়াস - সাতসৰী
সম্পূৰ্ণ পৰম্পৰাগতভাৱে প্ৰদৰ্শন কৰা হ'ব বিহু নৃত্য। সাতসৰী নামৰ সংস্থাটোৰ এই পদক্ষেপ।
SATSAREE PRESSMEET