গুৱাহাটী,১৪ মাৰ্চ: শুকুৰবাৰৰ পৰা জনসাধাৰণৰ বাবে বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং । তথ্য অনুসৰি, শুকুৰবাৰে পুৱাৰ পৰা পৰীক্ষামূলকভাৱে বন্ধ থাকিব এই দলং । দলঙখনৰ মেৰামতিৰ বাবে এই সিদ্ধান্ত উত্তৰ পূব ৰে'লৱেৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ ।
শুকুৰবাৰৰ পৰা বন্ধ ঐতিহাসিক শৰাইঘাট দলং - GUWAHATI
দলঙখনৰ মেৰামতিৰ বাবে এই সিদ্ধান্ত উত্তৰ পূব ৰে'লৱেৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ
![শুকুৰবাৰৰ পৰা বন্ধ ঐতিহাসিক শৰাইঘাট দলং](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2692342-242-6f48852c-dd91-4cb0-814c-a76231434b3e.jpg?imwidth=3840)
গুৱাহাটী,১৪ মাৰ্চ: শুকুৰবাৰৰ পৰা জনসাধাৰণৰ বাবে বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং । তথ্য অনুসৰি, শুকুৰবাৰে পুৱাৰ পৰা পৰীক্ষামূলকভাৱে বন্ধ থাকিব এই দলং । দলঙখনৰ মেৰামতিৰ বাবে এই সিদ্ধান্ত উত্তৰ পূব ৰে'লৱেৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ ।
শুকুৰবাৰৰ পৰা বন্ধ ঐতিহাসিক শৰাইঘাট দলং

Conclusion: