ETV Bharat / state

10 দিন ডিটেঞ্চন কেম্পত থকাৰ পিছত আজি স্ব-গৃহলৈ সোনা উল্লাহ

মুকলি আকাশৰ তলত মহম্মদ সোনা উল্লাহ ৷ ৰাইজ, সংবাদ মাধ্যম, গুৱাহাচী উচ্চ ন্যায়ালয়ক কৃতজ্ঞতা জ্ঞাপন ৷

10 দিন ডিটেঞ্চন কেম্পত থকাৰ পিছত আজি স্ব-গৃহলৈ সোনা উল্লাহ
author img

By

Published : Jun 8, 2019, 5:57 PM IST

গুৱাহাটী, 8 জুন: অৱশেষত মুকলি আকাশৰ তললৈ মহম্মদ সোনা উল্লাহ । গুৱাহাটী উচ্চ ন্যায়লয়ে জামিন মঞ্জুৰ কৰাৰ পিছতে পোনে পোনে কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যলয়লৈ আহিল সোনা উল্লাহ ৷ স্বাস্থ্য পৰীক্ষাৰ লগতে যাৱতীয় নথি-পত্ৰ তথা কাম কাজ সম্পন্ন হোৱাৰ পিছত পৰিয়ালৰ লোকক গটাই দিয়ে কামৰূপ আৰক্ষীয়ে ।

10 দিন ডিটেঞ্চন কেম্পত থকাৰ পিছত আজি স্ব-গৃহলৈ সোনা উল্লাহ

লগতে পঢ়ক: মুকলি আকাশৰ তলত সোণা উল্লাহ

মুকলি আকাশৰ তললৈ আহিয়েই ৰাইজ, সংবাদ মাধ্যম, গুৱাহাচী উচ্চ ন্যায়ালয়ক কৃতজ্ঞতা জ্ঞাপন কৰে অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীয়ে ৷ উল্লেখ্য যে, ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন তথা অসম আৰক্ষীৰ সীমান্ত শাখাত কৰ্মৰত বিষয়া সোনা উল্লাহক বিদেশী ঘোষণা কৰি ডিটেনচন কেম্পত বন্দী কৰি হৈছিল ৷

*SLUG= SONA ULLAH BYTE*

👉অবশেষত মুকলি আকাশৰ তললৈ মহম্মদ সোনা উল্লাহ । 

👉গুৱাহাটী উচ্চতম ন্যায়লয়ে জামিন মঞ্জুৰ কৰাৰ পিছতে পোনে পোনে কামৰূপ জিলা আৰক্ষী অধিক্ষকৰ কাৰ্যলয়লৈ আহিল সোনা উল্লাহ । 

👉স্বাস্থ পৰীক্ষাৰ লগতে যাৱতীয় নথি পত্ৰ তথা কাম কাজ সম্পন্ন হোৱাৰ পিছত পৰিয়ালৰ লোকক গোটাই দিয়ে কামৰূপ আৰক্ষীয়ে ।    

👉বিগত ১০ দিন ডিটেঞ্চন কেম্পত থকাৰ পিছত আজি স্ব-গৃহলৈ সোনা উল্লাহ । 

BYTE= সোনা উল্লাহ,উকীল,পৰিয়ালৰ লোক । 

*VISUAL SEND BY FTP*
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.