ETV Bharat / state

বিজেপি ত্যাগ কৰি গুৱাহাটীত উপস্থিত প্ৰাক্তন সাংসদ আৰ পি শৰ্মা - হিমন্ত বিশ্ব শৰ্মাক লেঙ মৰা নেতা আখ্যা

বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈয়ে একাংশ বিজেপি নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আৰ পি শৰ্মাই ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এজন ভাল নেতাৰ আখ্যা দিয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাক লেঙ মৰা নেতা আখ্যা দিয়ে আৰ পি শৰ্মাৰ ৷

বিজেপি দল ত্যাগ কৰি গুৱাহাটীত উপস্থিত প্ৰাক্তন সাংসদ আৰ পি শৰ্মা
author img

By

Published : Aug 19, 2019, 9:38 PM IST

গুৱাহাটী,19 আগষ্ট: বিজেপি ত্যাগ কৰি গুৱাহাটীত আহি উপস্থিত হ'ল প্ৰাক্তন সাংসদ আৰ পি শৰ্মা ৷ বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈয়ে একাংশ বিজেপি নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আৰ পি শৰ্মাই ৷ বৰ্তমান বিজেপিত RSS, দীনদয়াল উপাধ্যায়, শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰীৰ আদৰ্শ লুপ্ত হৈ গৈছে বুলি মন্তব্য কৰি অচিৰেই অসমত একাংশ পুৰণি বিজেপি নেতা কৰ্মীক লৈ অসম ৰাজ্যিক JDU দল গঠন কৰাৰ কথা প্ৰকাশ কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে ৷

বিজেপি দল ত্যাগ কৰি গুৱাহাটীত উপস্থিত প্ৰাক্তন সাংসদ আৰ পি শৰ্মা

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এজন ভাল নেতাৰ আখ্যা দিয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাক লেঙ মৰা নেতা আখ্যা দিয়ে আৰ পি শৰ্মাই । লগতে এসময়ৰ দুৰ্নীতি পৰায়ন কংগ্ৰেছ নেতা গৌতম ৰয়ক এজন ভাল নেতা বুলি মন্তব্য কৰা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকো কটাক্ষ্ কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে । অট্টালিকা বনাব নোৱাৰিলেও পুৰনি বিজেপি নেতা কৰ্মীক লৈ নতুন অচিৰেই অসম আৰ্হিৰ গৃহ নিৰ্মান কৰিব বুলি মন্তব্য কৰে আৰ পি শৰ্মাই ৷

Intro:বিজেপি ত্যাগ কৰি JDUত আনুষ্ঠানিক যোগদানৰ পুৰ্বে গুৱাহাটীত উপস্থিত প্ৰাক্তন সাংসদ আৰ পি শৰ্মা ।Body:Ocvo..গুৱাহাটীত উপস্থিত বিজেপিৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মা ।
বিমানবন্দৰত উপস্থিত হৈয়ে একাংশ বিজেপি নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আৰ পি শৰ্মাই ।
বৰ্তমান বিজেপিত RSS,দীনদয়াল উপাধ্যায়,শ্যামা প্ৰসাদ মুখাৰ্জী,অটল বিহাৰীৰ আদৰ্শ লুপ্ত হৈ গৈছে ।
অচিৰেই অসমত একাংশ পুৰণি বিজেপি নেতা কৰ্মীক লৈ গঠন কৰিব অসম ৰাজ্যিক JDUৰ দল ।
সৰ্বানন্দ সোনোৱালক ভাল নেতা বুলি কোৱাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাক লেঙ মৰা নেতা আখ্যা আৰ পি শৰ্মাৰ ।
এসময়ৰ দুৰ্নীতি পৰায়ন কংগ্ৰেছ নেতা
গৌতম ৰয়ক ভাল নেতা বুলি কোৱা সন্দৰ্ভত বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকো কতাক্ষ্য কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে ।
যিসকলে আনক লেঙ মাৰি ৰাজনীতি কৰিছে সেঈসকলো এদিন নিজে লেঙ খাব ।
অট্টালিকা বনাব নোৱাৰিলেও পুৰনি বিজেপি নেতা কৰ্মীক লৈ নতুন 'Assam Type' গৃহ নিৰ্মান কৰিব আৰ পি শৰ্মাই ।Conclusion:বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈয়ে এইবুলি মন্তব্য কৰে প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই ।

Bite..Rp Sharma

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.