ETV Bharat / state

শীঘ্ৰে ৰাজ্যৰ দুটাকৈ বিভাগত সংযোজিত হ'ব ৰবট আৰু ড্ৰোন

author img

By

Published : Oct 18, 2019, 7:47 PM IST

Updated : Oct 18, 2019, 7:54 PM IST

ৰাজ্যবাসীলৈ সুখবৰ ৷ যি কোনো বিপদৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰবট আৰু ড্ৰোনেৰে সুসজ্জিত হ'ব অগ্নিনিৰ্বাপক বাহিনী আৰু আপাতকালীন সেৱা বিভাগ ৷ এই কথা ঘোষণা কৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷

শীঘ্ৰে ৰাজ্যৰ দুটাকৈ বিভাগত সংযোজিত হ'ব ৰবট আৰু ড্ৰোন

উত্তৰ গুৱাহাটী,18 অক্টোবৰঃ ৰাজ্যৰ অগ্নি আৰু আপাতকালীন সেৱা বিভাগত সংযোজিত হ'ব ৰবট আৰু ড্ৰোন ৷ সম্ভাৱ্য বিপদৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰবট আৰু ড্ৰোনেৰে সু-সজ্জিত হ'ব অগ্নি নিৰ্বাপক বাহিনী আৰু আপাতকালীন সেৱা বিভাগ। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত অৱস্থিত অগ্নি আৰু আপাতকালীন সেৱা বিভাগৰ উত্তৰ পূবৰ একমাত্ৰ প্ৰশিক্ষণ কেন্দ্ৰৰ এটি নৱনিৰ্মিত গৃহ মুকলি কৰি এই মন্তব্য কৰে বিভাগটোৰ সঞ্চালক ভাস্কৰ জ্যোতি মহন্তই । দুৰ্গম অঞ্চল সমূহত যিকোনো আপদ বিপদ হ'লে বিভাগটোৱে অভিযান চলাবলৈ ৰবট আৰু ড্ৰোন অত্যন্ত সহায়ক হ'ব বুলিও মন্তব্য কৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান গৰাকীয়ে ।

অগ্নিনিৰ্বাপক বাহিনী আৰু আপাতকালীন সেৱা বিভাগত ৰবট আৰু ড্ৰোন

Intro:SLUG= NORTH GHY BHASKAR JYOTI MAHANTA ABOUT ROBOT AND DRONE

SCRIPT= ৰাজ্যবাসীলৈ সুখবৰ । শীৰ্ঘে ৰাজ্যৰ অগ্নি আৰু আপাতকালিন সেৱা বিভাগত সংযোজিত হব ৰবট আৰু ড্ৰোন। Body: যি কোনো বিপদৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰবট আৰু ড্ৰোনেৰে সুসজ্জিত হব অগ্নি আৰু আপাতকালিন সেৱা বিভাগ। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত অবস্হিত অগ্নি আৰু আপাতকালিন সেৱা বিভাগৰ উত্তৰ পূবৰ একমাত্ৰ প্ৰশিক্ষণ কেন্দ্ৰৰ এটি নবনিৰ্মিত গৃহ মুকলি কৰি এই মন্তব্য কৰে বিভাগটোৰ সঞ্চালক ভাস্কৰ জ্যোতি মহন্তই । দুৰ্গম অঞ্চল সমূহত যিকোনো আপদ বিপদ হলে বিভাগটোৱে অভিযান চলাবলৈ ৰবট আৰু ড্ৰোন অত্যন্ত সহায়ক হব বুলিও মন্তব্য কৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান গৰাকীয়ে ।Conclusion:দুৰ্গম স্হানত অগ্নি নিৰ্বাপন কৰিবলৈ ৰবটক বিভাগটোত অতিশীঘ্ৰে সংযোজিত কৰা হব বুলিও সংবাদ মাধ্যমক জানিব দিয়ে আৰক্ষী বিষয়া মহন্তই ।
Last Updated : Oct 18, 2019, 7:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.