ETV Bharat / state

বকোৰ 17নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা - ৰেনাল্ট ডাষ্টাৰ

ৰেনাল্ট ডাষ্টাৰ আৰু PWDৰ সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ডাষ্টাৰৰ চালকজন ৷

ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
author img

By

Published : Aug 29, 2019, 12:37 PM IST

গুৱাহাটী,29 আগষ্টঃ

  • বুধবাৰে নিশা বকোৰ চ'কাবাহা 17 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ৷
  • ৰেনাল্ট ডাষ্টাৰ আৰু PWDৰ সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ডাষ্টাৰৰ চালক ৷
  • ডাষ্টাৰৰ চালকজন সামন্ত কুমাৰ ৰাভা বুলি চিনাক্ত কৰা হৈছে৷
  • সামন্ত কুমাৰ ৰাভা চিআৰপিএফৰ এজন জোৱান ৷
  • আহত সামন্ত কুমাৰ ৰাভাক নিশাই উন্নত চিকিৎসাৰ বাবে জিএম চিএচলৈ প্ৰেৰণ কৰা হয় ৷
  • দুৰ্ঘটনাটোত পতিত ডাষ্টাৰখনৰ নম্বৰ AS-25H-5755আৰু ট্ৰাক খনৰ নম্বৰ ML-08F-6915

Intro:Body:বকোৰ চ'কাবাহাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়াবহ দুৰ্ঘটনা। ৰেনাল্ট ডাষ্টাৰ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ডাষ্টাৰৰ আৰোহী। আঘাতপ্ৰাপ্ত সামন্ত কুমাৰ ৰাভাক (৪২) বকো চিকিৎসালয় ভৰ্তি। নিশাই উন্নত চিকিৎসাৰ বাবে সামন্ত কুমাৰ ৰাভাক GMCH লৈ প্ৰেৰণ। দুৰ্ঘটনাত পতিত ডাষ্টাৰখন AS25-H-5755। PWDৰ সামগ্ৰী কঢ়িওৱা ট্ৰাকখন ML08-F-6915। ডাষ্টাৰৰ চালক সামন্ত কুমাৰ ৰাভা CRPF ৰ জোৱান। তিনিদিন পূৰ্বে ছুটিত শিংৰা হাচীৰ নিজৰ ঘৰলৈ আহিছিল জোৱানজনে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.