- বকোৰ টুৰুকপাৰাত পথ দুৰ্ঘটনা
- যাত্ৰীবাহী আলট্ৰা বাছে মহতিয়ালে ছাত্ৰীক
- গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চন্দ্ৰাস্মীতা ৰাভা (৪) নামৰ এগৰাকী ছাত্ৰী
- টুৰুকপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী চন্দ্ৰাস্মীতা
- সহপাঠীৰ সৈতে বিদ্যালয়ৰ বাহিৰলৈ অহাৰ সময়তে এই অঘটন
- মূৰত আঘাতপ্ৰাপ্ত হোৱা ছাত্ৰীগৰাকীক GMCH লৈ প্ৰেৰণ
- দুৰ্ঘটনা সংঘটিত কৰি বাছখনৰ পলায়ন
- ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা
বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা,আহত 4 বছৰীয়া কণমানি - বকোৰ টুৰুকপাৰাত পথ দুৰ্ঘটনা
যাত্ৰীবাহী আলট্ৰা বাছে খুন্দিয়ালে ছাত্ৰীক ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চাৰি বছৰীয়া কণমানি ছাত্ৰী চন্দ্ৰাস্মীতা ৰাভা ৷
বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা, আহত ছাত্ৰী চন্দ্ৰাস্মীতা ৰাভা
- বকোৰ টুৰুকপাৰাত পথ দুৰ্ঘটনা
- যাত্ৰীবাহী আলট্ৰা বাছে মহতিয়ালে ছাত্ৰীক
- গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চন্দ্ৰাস্মীতা ৰাভা (৪) নামৰ এগৰাকী ছাত্ৰী
- টুৰুকপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী চন্দ্ৰাস্মীতা
- সহপাঠীৰ সৈতে বিদ্যালয়ৰ বাহিৰলৈ অহাৰ সময়তে এই অঘটন
- মূৰত আঘাতপ্ৰাপ্ত হোৱা ছাত্ৰীগৰাকীক GMCH লৈ প্ৰেৰণ
- দুৰ্ঘটনা সংঘটিত কৰি বাছখনৰ পলায়ন
- ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা
Intro:Body:বকোৰ টুৰুকপাৰাত পথ দুৰ্ঘটনা। যাত্ৰীবাহী আলট্ৰা বাছে খুন্দিয়ালে ছাত্ৰীক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকী চন্দ্ৰাস্মীতা ৰাভা (৪)। টুৰুকপাৰা LPSৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী চন্দ্ৰাস্মীতা। সহপাঠীৰ সৈতে বিদ্যালয়ৰ বাহিৰলৈ অহাৰ সময়ত এই অঘটন। মুৰত আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীক GMCHলৈ প্ৰেৰণ। দুৰ্ঘটনা সংঘটিত কৰা আলট্ৰা বাছখনৰ পলায়ন। ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা।Conclusion: