ETV Bharat / state

বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা

বকোত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা । ৰৈ থকা এখন ট্ৰাকত বাইক আৰোহীয়ে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো । এই দুৰ্ঘটনাৰ ফলত ঘটনাস্থলীতে বাইকত অহা এগৰাকী মহিলা থিতাতে নিহত হয় । নিহত মহিলা গৰাকী মফিদা খাতুন বুলি চিনাক্ত কৰা হৈছে ।

author img

By

Published : Mar 15, 2021, 10:30 PM IST

বকোত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
বকোত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

বকো,15 মাৰ্চ: সোমবাৰে নিশা বকোৰ বন্দাপাৰাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা । ৰৈ থকা এখন ট্ৰাকত বাইক আৰোহীয়ে খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো । এই দুৰ্ঘটনাৰ ফলত ঘটনাস্থলীতে বাইকত অহা এগৰাকী মহিলা থিতাতে নিহত হয় । নিহত মহিলাগৰাকী মফিদা খাতুন বুলি চিনাক্ত কৰা হৈছে ।

আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক চালক জেহেৰুল ইছলাম । সংকটজনক অৱস্থাত জেহেৰুল ইছলামক জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় ।

বকোত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
ৰৈ থকা ট্ৰাকত খুন্দা বাইক আৰোহীৰ

জানিব পৰা মতে, নিহত মহিলাগৰাকী আৰু আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ ঘৰ বৰপেটাৰ খোলাবান্ধাত । লগত থকা নথিপত্ৰৰ জৰিয়তে উদ্ধাৰ কৰা হৈছে এই পৰিচয় । উল্লেখ্য যে, দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ হৈছে এএছ 15 এম 4911 । ৰৈ থকা টেলিকম বিভাগৰ ট্ৰাকখনৰ নম্বৰ এছ 01 ইচি 8056 ।

লগতে পঢ়ক: সমষ্টিক পাহৰিলে বিধায়ক বিনোদ হাজৰিকাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.