ETV Bharat / state

বকোত পথ দুৰ্ঘটনা, আহত এক

নিয়ন্ত্ৰণ হোৰুৱাই খুন্দিয়ালে পথৰ দাতিত থকা পোষ্টত

author img

By

Published : Feb 28, 2019, 9:06 PM IST

boko

কামৰূপ, ২৮ ফেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত আলেকজাৰীত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা । বাইক আৰোহীয়ে নিয়ন্ত্ৰণ হোৰুৱাই পথৰ দাতিত থকা পোষ্টত খুন্দা মাৰি গুৰুতৰভাৱে আহত হয় ।

boko
আহত বাইক আৰোহীজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে চিকিৎসকে ।

কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত আলেকজাৰীত সংঘটিত ভয়াবহ দুর্ঘটনা

কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত আলেকজাৰীত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। বকোৰ কছাৰীপাম গাৱৰ চান্দু মীয়া গুৰুতৰ ভাৱে আহত এই দূৰ্ঘটনাত। ঘৰৰ পৰা বকোলৈ হিৰো পেচন প্ৰো মটৰচাইকেলেৰে আহি থাকোতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা পোষ্টত খুন্দা মাৰি গুৰুতৰ ভাৱে আহত হয়। ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

SLUG:
A_GHY_801_28FEB_ROAD_ACCIDENT_VIS_S_KHAN

FEED : FTP
SCRIPT : MAIL
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.