ETV Bharat / state

ভাৰত-ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় পথত দুৰ্ঘটনাঃ নিহত 1

author img

By

Published : May 26, 2019, 8:17 AM IST

শনিবাৰে নিশা সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত এজন লোক ৷

ভাৰত-ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা

ৰঙিয়া, 26 মে' : ভাৰত-ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ৰঙিয়াৰ সমীপৰ চিকনিবাৰীত নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী এখন গধুৰ বাহনে মহতিয়াই লৈ যায় পথচাৰী এজনক ৷ ফলত থিতাতে নিহত হয় ঘগ্ৰাপাৰৰ সিভাচ বিশ্বাস ৷

ভাৰত-ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখনৰ চালক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো চমজি লয় ।

Intro:ভাৰত - ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এক পথ দুৰ্ঘটনা। থিতাতে নিহত হ'ল এজন ব‍্যক্তিBody:ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ৰঙিয়াৰ সমীপৰ চিকনিবাৰীত যোৱা ৰাতি এক পথ দুৰ্ঘটনা সংঘটিত হয়। এখন দ্ৰুতবেগী গধুৰ বাহনে মহতিয়াই লৈ যায় পথচাৰীক এজনক। ফলত থিতাতে নিহত হয় ঘগাপাৰৰ সিভাচ বিশ্বাস (৫৫) । ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে দ্ৰুতবেগী বাহনখন লৈ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো চমজি লয় । BITE : PUBLICConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.