ETV Bharat / state

বকোত লুইত ৰাইডাৰ্ছ ক্লাবৰ দ্বাৰা শ্বহীদক শ্ৰদ্ধাঞ্জলি অৰ্পণ - শ্বহীদ ৰাজু কুমাৰ বড়োক শ্ৰদ্ধাঞ্জলি

গণৰাজ্য দিৱস উপলক্ষে গুৱাহাটীৰ 'লুইত ৰাইডাৰ্ছ অসম মটৰচাইকেল ক্লাবে বকোত উপস্থিত হৈ শ্বহীদ ৰাজু কুমাৰ বড়োক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷ ৰাজু কুমাৰ বড়ো জন্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আ ই ডি বিস্ফোৰণত শ্বহীদ হৈছিল ৷

LUIT RIDERS CLUB PAYS TRIBUTE TO MARTYRED at BOKO
বকোত লুইত ৰাইডাৰ্ছ ক্লাবৰ দ্বাৰা শ্বহীদক শ্ৰদ্ধাঞ্জলি অৰ্পণ
author img

By

Published : Jan 26, 2020, 11:31 PM IST

বকো,26 জানুৱাৰী : অসম ৰাজ্য তথা সমগ্ৰ ভাৰততে ৭১ তম গণৰাজ্য দিৱস বিভিন্ন জনে বিভিন্ন ধৰণে পালন কৰাৰ মূহুৰ্ততে গুৱাহাটীৰ 'লুইত ৰাইডাৰ্ছ অসম মটৰচাইকেল ক্লাবে' আজি বকোত আহি উপস্থিত হয় । বকো সমষ্টিৰ তাৰাবাৰী আঞ্চলিক হাইস্কুলত স্কুল খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীৰ সৈতে পালন কৰে গণৰাজ্য দিৱস । লগতে তেওঁলোকে তাৰাবাৰী হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ তথা বি এছ এফ জোৱান শ্বহীদ ৰাজু কুমাৰ বড়োৰ শ্বহীদ তৰ্পনত মাল্যৰ্পন কৰে আৰু ধূপ, চাকি বন্তি জ্বলাই শ্বহীদ ৰাজু কুমাৰ বড়োক সোঁৱৰে । অনুষ্ঠানৰ শেষত 'লুইত ৰাইডাৰ্ছ অসম মটৰচাইকেল ক্লাবে' শ্বহীদ ৰাজু কুমাৰ বড়োৰ পিতৃ, মাতৃ, পত্নী আৰু সন্তানক গামোচা আৰু স্মাৰক চিহ্ন প্ৰদান কৰে ।

বকোত লুইত ৰাইডাৰ্ছ ক্লাবৰ দ্বাৰা শ্বহীদক শ্ৰদ্ধাঞ্জলি অৰ্পণ

উল্লেখ্য যে, শ্বহীদ ৰাজু কুমাৰ বড়ো ২০০২ চনৰ ২৮ অক্টোবৰত জন্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আ ই ডি বিস্ফোৰণত মৃত্যুক সাৱটি লৈছিল। ১৩৫ জনীয়া সদস্যৰ 'লুইত ৰাইডাৰ্ছ অসম মটৰচাইকেল ক্লাবে' স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি দেশৰ নামত শ্বহীদ হোৱা প্ৰত্যেক জনৰ ঘৰত উপস্থিত হৈ তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শ্বহীদৰ পৰিয়ালক সন্মান জনাই ।

লগতে পঢ়ক:ৰঙিয়াত বিধায়িকা আঙুৰলত ডেকাক ক'লা পতাকা প্ৰদৰ্শন

Intro:Body:অসম ৰাজ্য তথা সমগ্ৰ ভাৰততে ৭১ তম গণৰাজ্য দিৱস বিভিন্ন জনে বিভিন্ন ধৰণে পালন কৰাৰ মূহুৰ্ততে গুৱাহাটীৰ 'লুইত ৰাইডাৰ্ছ অসম মটৰচাইকেল ক্লাবে' আজি বকোত আহি উপস্থিত হয়। বকো সমষ্টিৰ তাৰাবাৰী আঞ্চলিক হাইস্কুলত স্কুল খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীৰ সৈতে পালন কৰে গণৰাজ্য দিৱস। লগতে তেওঁলোকে তাৰাবাৰী হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ তথা বি এছ এফ জোৱান শ্বহীদ ৰাজু কুমাৰ বড়োৰ শ্বহীদ তৰ্পনত মাল্যৰ্পন কৰে আৰু ধূপ, চাকি বন্তি জ্বলাই শ্বহীদ ৰাজু কুমাৰ বড়োক সোঁৱৰে। অনুষ্ঠানৰ শেষত 'লুইত ৰাইডাৰ্ছ অসম মটৰচাইকেল ক্লাবে' শ্বহীদ ৰাজু কুমাৰ বড়োৰ পিতৃ, মাতৃ, পত্নী আৰু সন্তানক গামোচা আৰু স্মাৰক চিহ্ন প্ৰদান কৰে।

উল্লেখ্য যে, শ্বহীদ ৰাজু কুমাৰ বড়ো ২০০২ চনৰ ২৮ অক্টোবৰত জন্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আ ই ডি বিস্ফোৰণত মৃত্যুক সাৱটি লৈছিল। ১৩৫ জনীয়া সদস্যৰ 'লুইত ৰাইডাৰ্ছ অসম মটৰচাইকেল ক্লাবে' স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি দেশৰ নামত শ্বহীদ হোৱা প্ৰত্যেক জনৰ ঘৰত উপস্থিত হৈ তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শ্বহীদৰ পৰিয়ালক সন্মান জনাই।

BYTE_ মণিষ বৰদলৈ, সাংস্কৃতিক সম্পাদক, লুইত ৰাইডাৰ্ছ অসম মটৰচাইকেল ক্লাব।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.